ETV Bharat / state

নৱ শৰণীয়া মতা নে মাইকী ৰাইজে নাজানেঃ হাগ্ৰামা মহিলাৰী

মহিলাৰীয়ে নৱ শৰণীয়াক সমালোচনা কৰি কয় বিগত নিৰ্বাচনত ৰাইজে নেদেখাকৈ নৱ শৰণীয়াক ভোট দি জিকাইছিল ৷ ভোট দিয়াৰ পাছত আজিলৈকে নৱ শৰণীয়াক ভোটাৰ ৰাইজে দেখা নাই বুলিও মন্তব্য মহিলাৰীৰ ।

author img

By

Published : Apr 19, 2019, 11:22 PM IST

বৰপেটাত নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ

বৰপেটা, ১৯ এপ্ৰলঃ বৰপেটাত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভা । বিজেপিৰ শাসনত ১ টকীয়া চাউল ৫০ পইচাত আৰু দুই তোলা সোণ দিম বুলি মন্তব্য মহিলাৰীৰ ।

প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিখন সভাত জনসাধাৰণক নিৰ্বাচনী টোপ দি ৰাইজক প্ৰতাৰণা কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য হৈ পৰিছে । ঠিক একেদৰে মহিলাৰীয়েও নিৰ্বাচন শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ১ টকীয়া চাউল ৫০ পইচাত আৰু এক তোলা সোণৰ পৰিৱৰ্তে দুই তোলা সোণ দিয়াৰ প্ৰলোভন দিয়ে ৷ লগতে মহিলাৰীয়ে নৱ শৰণীয়াক সমালোচনা কৰি কয় বিগত নিৰ্বাচনত ৰাইজে নেদেখাকৈ নৱ শৰণীয়াক ভোট দি জিকাইছিল ৷ ভোট দিয়াৰ পাছত আজিলৈকে নৱ শৰণীয়াক ভোটাৰ ৰাইজে দেখা নাই ৷ নৱ শৰণীয়া মতা নে মাইকী সেইটোও ৰাইজে নাজানে বুলি কটাক্ষ কৰে মহিলাৰীয়ে ।

Intro:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক বিভিন্ন প্ৰলোভন আৰু প্ৰতিশ্ৰুতিৰ দিয়া পৰিলক্ষিত হৈছে ৷
Body:শুক্ৰবাৰে দুপৰীয়া বৰপেটাৰোডত বিজেপি অগপ আৰু বিপিএফৰ মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ সমৰ্থনত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে অংশলৈ কয় বিজেপিয়ে ৩ টকীয়া চাউল ১ টকাত দিছে আৰু এক তোলা সোণ দিয়াৰ কথা কৈছে ৷ এই নিৰ্বাচন শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ১ টকীয়া চাউল ৫০ পইচাত আৰু এক তোলা সোণৰ পৰিৱৰ্তে দুই তোলা সোণ দিয়াৰ প্ৰলোভন দিয়ে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে ৷ Conclusion:হাগ্ৰামা মহিলাৰীয়ে নৱ শৰণীয়াক সমালোচনা কৰি কয় বিগত নিৰ্বাচনত ৰাইজে নেদেখাকৈ নৱ শৰণীয়াক ভোট দি জিকাইছিল ৷ ভোট দিয়াৰ পাছত আজিলৈকে নৱ শৰণীয়াক ভোটাৰ ৰাইজে দেখা নাই ৷ নৱ শৰণীয়া মতা নে মাইকী সেইটোও ৰাইজে নাজানে বুলি কটাক্ষ কৰে ৷

Abdul Khaleque Ahmed Etv Bharat
Barpeta road 9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.