ETV Bharat / state

কলগাছিয়াত ঈদ-উল-ফিতৰ উদযাপন - ইছলাম ধৰ্মাৱলম্বী লোক

জনীয়া সমষ্টিৰ কলগাছিয়া ঈদগাহ মৈদানত প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুলৰ ইমামতিত ঈদৰ নামাজ আদায় কৰা হয় । বিশ্ব শান্তিৰ লগতে সকলো ধৰ্মৰ লোকৰ মাজত মিলাপ্ৰীতি আৰু একতা বজাই ৰখাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে সকলোৱে ।

কলগাছিয়াত ঈদ উল ফিতৰ উদযাপন
author img

By

Published : Jun 5, 2019, 1:44 PM IST

জনীয়া, ৫ জুন : জনীয়া সমষ্টিৰ কলগাছিয়া ঈদগাহ মৈদানত প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুলৰ ইমামতিত ঈদৰ নামাজ আদায় কৰা হয়। কলগাছিয়াৰ লগতে বৰপেটাৰ বিভিন্ন অঞ্চলটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে পবিত্ৰ ঈদ উদযাপন কৰে। এমাহজোৰা ৰোজা পালনৰ পাছতে কান্ধত কান্ধ মিলাই ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে। বিশ্ব শান্তিৰ লগতে সকলো ধৰ্মৰ লোকৰ মাজত মিলাপ্ৰীতি আৰু একতা বজাই ৰখাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে।

Intro:slug: as_jania_05jun_eid-ul-fitar_vis3+byt2+pho1_asc10058

জনীয়া, ০৫ জুন: এমাহ ৰোজাৰ অন্তত সমগ্ৰ দেশৰ লগতে কলগাছিয়াতো ঈদ-উল ফিতৰ পালন কৰা হয়।Body:slug: as_jania_05jun_eid-ul-fitar_vis3+byt2+pho1_asc10058

সমগ্ৰ দেশজুৰি ইছলাম ধৰ্মালম্বী লোকসকলে ঈদ-উল-ফিতৰ উদযাপন কৰে। জনীয়া সমষ্টিৰ কলগাছিয়া ঈদগাহ মৈদানত প্ৰাক্তন বিধায়ক ডক্টৰ হাফিজ ৰফিকুলৰ ইমামতিত দুই ৰাকাত ৱাজীৱ নামাজেৰে আদায় কৰিলে ঈদৰ নামাজ। কলগাছিয়াৰ লগতে জনীয়া, দেওকুৰা, খৰিচালা, বালিকুৰী, জনতা, লাংলা, মইনবৰী, বাঘবৰ আদিকে ধৰি বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঈদ-উল-ফিতৰ উপলক্ষে নামাজ পঢ়িবলৈ পুৱা মছজিদ আৰু ঈদগাহত উপস্থিত হয় ইছলাম ধৰ্মালম্বী লোকসকল। সমগ্ৰ দেশজুৰি মাহজোৰা ৰোজা পালনৰ পিছত মুছলমান লোকসকলে ঈদ-উল-ফিতৰৰ নামাজ পঢ়িবলৈ বিভিন্ন মছজিদ আৰু ঈদগাহত মিলিত হয়। কান্ধত কান্ধ মিলাই ইজনে সিজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। নামাজৰ পিছত ইছলাম ধৰ্মালম্বী লোকসকলে বিশ্ব শান্তিৰ লগতে সকলো ধৰ্মৰ লোকৰ মাজত মিলাপ্ৰীতি আৰু একতা বজাই ৰখাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে।
Conclusion:slug: as_jania_05jun_eid-ul-fitar_vis3+byt2+pho1_asc10058

বাইট: ইছলাম ধৰ্মালম্বী লোকৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.