ETV Bharat / state

কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱাৰ কৰ্মচাৰীৰ

author img

By

Published : Nov 14, 2020, 8:39 PM IST

Updated : Nov 14, 2020, 10:12 PM IST

অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে মাটিৰ চাকি, মম জ্বলাই, কলগছৰ তোৰণ সজাই, ফটকা নুফুটোৱাকৈ দিপাৱলী পালন কৰি অসমবাসী ৰাইজক শুভেচ্ছা জনায় ।

Diwali celebration in kalgasia
কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱাৰ বিষয়া কৰ্মচাৰীৰ

কলগাছিয়া, 14 নৱেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াত কৰ্তব্য পালনৰ মাজতেও পোহৰৰ উৎসৱ দিপাৱলী উলহ মালহেৰে পালন কৰিলে অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱা কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে । নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিও এটা পৰিয়ালৰ দৰেই দায়িত্ব আৰু কৰ্তব্য পালন কৰি দিপাৱলী উদযাপন কৰি বিশ্ববাসীলৈ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে ৷

অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে মাটিৰ চাকি, মম জ্বলাই, কলগছৰ তোৰণ সজাই, ফটকা নুফুটোৱাকৈ দিপাৱলী পালন কৰি অসমবাসী ৰাইজৰ লগতে সমগ্ৰ দেশবাসীৰ শুভেচ্ছা জনায় ।

লগতে পঢ়ক: বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৯ জন সদস্যক বহিষ্কাৰ

Last Updated : Nov 14, 2020, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.