ETV Bharat / state

বৰপেটাত গাঁও পঞ্চায়তৰ ভৱন নিৰ্মাণক লৈ সংঘাত - construction

সাংবাদিকৰ কেমেৰাৰ সন্মুখতে দুয়োটা পক্ষৰ মাজত চলিল ঠেলা , হেচা, বাদ প্ৰতিবাদ, দাবী-ধমকি ।

বৰপেটাত গাঁও পঞ্চায়তৰ ভৱন নিৰ্মাণক লৈ সংঘাত
author img

By

Published : Jun 22, 2019, 10:56 AM IST

বৰপেটা, ২২ জুন : বৰপেটা জিলাৰ বৰবাৰাদি উন্নয়ন খণ্ডৰ অধীনৰ গোমা গাঁও পঞ্চায়তখনৰ আজিলৈকে নিজাকৈ এটা কাৰ্যালয় গৃহ নাই ৷ পঞ্চায়তখনৰ অধিকাংশ গাঁও ব্ৰহ্মপুত্ৰৰ খহনীয়াত পতিত হোৱাৰ ফলত প্ৰায় পোন্ধৰ বছৰ ধৰি বহৰিত এটা অস্থায়ী কাৰ্যালয়তে চলি আছে পঞ্চায়তখনৰ কাম কাজ । শেহতীয়াভাৱে চতুৰ্দশ বিত্তীয় আয়োগৰ অৰ্থ সাহাৰ্যত ১৩ লাখ টকা ব্যয়েৰে বহৰিত পঞ্চায়তখনৰ কাৰ্যালয় ভৱনটো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে । বহৰিৰ এগৰাকী সমাজসেৱী লোকে দান দিয়া ভূমিত কাৰ্যালয় গৃহটোৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও শেহতীয়াকৈ ভৱনটো বহৰিত নিৰ্মাণ কৰাকলৈ দুটা পক্ষৰ মাজত সংঘাত আৰম্ভ হৈছে ।

বৰপেটাত গাঁও পঞ্চায়তৰ ভৱন নিৰ্মাণক লৈ সংঘাত

এটা পক্ষই বিচাৰিছে গোমা পঞ্চায়ত এলেকাত ভৱনটো স্থাপন কৰা হওক । আনহাতে ইটো পক্ষই বিচাৰিছে যিহেতু গোমাত উপযুক্ত মাটিৰ অভাৱ আৰু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াগ্ৰস্ত অঞ্চল আৰু যাতায়াতৰ সুবিধা আছে, সেয়ে বহৰিতে নিৰ্মাণ হওক পঞ্চায়ত ভৱনটো । এটা পক্ষই যদি কৈছে গাঁও সভা অনুষ্ঠিত নকৰাকৈয়ে ভৱনটো নিৰ্মাণৰ কাম হাতত লৈছে পঞ্চায়তখনে , আনটো পক্ষই দেখুৱাইছে গাঁও সভা অনুষ্ঠিত হোৱাৰ আৰু সভাত উপস্থিত থকাৰ প্ৰমাণ । দুটা পক্ষৰ মাজত চলি থকা অৰিয়া-অৰিয়ে এতিয়া চৰম পৰ্যায় পাইছে । সাংবাদিকৰ কেমেৰাৰ সন্মুখতে দুয়োটা পক্ষৰ মাজত চলিল ঠেলা , হেচা, বাদ প্ৰতিবাদ, দাবী-ধমকি । মুঠতে পঞ্চায়ত কাৰ্যালয়টো নিৰ্মাণক লৈ দুয়াটা পক্ষৰ সংঘাতে কি ৰূপ লয়গৈ তাকে লৈ সন্দিহান স্থানীয় লোক ।

Slug:       as_bar_22june_fight_among_two_parties_about_Construction_of_Panchayat_building_vis+bite+photo_7203841                   
বৰপেটাৰ গোমা গাও পঞ্চায়তৰ ভৱন নিৰ্মানক লৈ দুটা পক্ষৰ মাজত চৰম সংঘাত ৷

বৰপেটা, ২২ জুনঃ বৰপেটা জিলাৰ বৰবাৰাদি উন্নয়ন খণ্ডৰ অধীনৰ গোমা গাও পঞ্চায়তখনৰ আজিলৈকে নাই নিজাকৈ এটা কাৰ্যালয় গৃহ ৷ পঞ্চায়তখনৰ অধিকাংশ গাও ব্ৰহ্মপুত্ৰৰ খহনীয়াত পতিত হোৱাৰ ফলত প্ৰায় পোন্ধৰ বছৰ ধৰি বহৰিত অস্থায়ী কাৰ্যালয়ত চলি আছে পঞ্চায়তখনৰ কাম কাজ ৷ শেহতীয়াভাৱে চতুৰ্দশ বিত্তীয় আয়োগৰ অৰ্থ সাহাৰ্যত তেৰ লাখ টকা ব্যয়েৰে বহৰিত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে পঞ্চায়তখনৰ কাৰ্যালয় ভৱনটো ৷ বহৰিৰ এগৰাকী সমাজসেৱী লোকে দান দিয়া ভূমিত কাৰ্যালয় গৃহটোৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও শেহতীয়াকৈ ভৱনটো বহৰিত নিৰ্মান কৰাকলৈ দুটা পক্ষৰ মাজত আৰম্ভ হৈছে সংঘাত ৷ এটা পক্ষই বিচাৰিছে গোমা পঞ্চায়ত এলেকাত স্থাপন কৰা হওক ভৱনটো ৷ আনহাতে ইটো পক্ষই বিচাৰিছে যিহেতু গোমাত উপযুক্ত মাটিৰ অভাৱ আৰু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াগ্ৰস্থ অঞ্চল আৰু যাতায়াতৰ সুবিধা আছে, সেয়ে বহৰিতে নিৰ্মান হওক পঞ্চায়ত ভৱনটো ৷  দুটা পক্ষৰ মাজত চলি থকা অৰিয়া অৰিয়ে এতিয়া চৰম পৰ্যায়ত ৷ চাওক, কিদৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখতে দুয়োটা পক্ষৰ মাজত চলিল ঠেলা হেচা, বাদ প্ৰতিবাদ, দাবী ধমকি ৷ দুয়োটা পক্ষৰে আকৌ সবল যুক্তি ৷ এটা পক্ষই যদি কৈছে গাও সভা অনুষ্ঠিত নকৰাকৈয়ে ভৱনটো নিৰ্মানৰ কাম হাতত লৈছে পঞ্চায়তখনে , আনটো পক্ষই দেখুৱাইছে গাও সভা অনুষ্ঠিত হোৱাৰ আৰু সভাত উপস্থিত থকাৰ প্ৰমান ৷ মুঠতে পঞ্চায়ত কাৰ্যালয়টো নিৰ্মানক লৈ দুয়াটা পক্ষৰ সংঘাতে কি ৰূপ লয়গৈ তাকে লৈ সন্দিহান স্থানীয় লোক ৷

বাইটঃ ভৱনটো নিৰ্মানৰ পক্ষে বিপক্ষে থকা কেইজনমান লোক ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.