ETV Bharat / state

মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ আজি ৪২২ সংখ্যক তিৰোভাৱ তিথি - ৩৬০খন সত্ৰতো অনুষ্টুপীয়াকৈ আয়োজন

লক ডাউনৰ বাবে পাটবাউসী সত্ৰত অনুষ্টুপীয়াকৈ পালন গুৰুজনাৰ তিথি ৷ ৰাজ্যৰ আন ৩৬০খন সত্ৰতো অনুষ্টুপীয়াকৈ আয়োজন দামোদৰদেৱৰ তিথি ৷

death anniversary of Damodardev
মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ আজি ৪২২ সংখ্যক তিৰোভাৱ তিথি
author img

By

Published : Apr 23, 2020, 5:35 PM IST

বৰপেটা,23 এপ্ৰিলঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ আজি 422 সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যত অব্যাহত থকা লক ডাউনৰ বাবে দামোদৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰধান সত্ৰ পাটবাউসী সত্ৰত সত্ৰীয়া ৰীতি পৰম্পৰাৰে অতি অনুষ্টুপীয়াকৈ আজি পালন কৰা হয় দামোদৰদেৱৰ তিৰোভাৱ তিথি ৷ সত্ৰৰ কিছুসংখ্যক ভকতৰ লগতে সত্ৰখনৰ সত্ৰাধিকাৰে অংশগ্ৰহণ কৰে নিত্য নাম প্ৰসংগত ৷ আনহাতে নিত্য নাম প্ৰসংগৰ বাহিৰে আন সকলোবোৰ অনুষ্ঠান লক ডাউনৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয় ৷ উল্লেখ যোগ্য যে,পাটবাউসী সত্ৰৰ লগতে ৰাজ্যৰ 360খনৰো অধিক দামোদৰী সত্ৰত নিত্য নৈমিত্তিক প্ৰসংগৰে আজি গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হৈছে ৷

মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ আজি ৪২২ সংখ্যক তিৰোভাৱ তিথি

লগতে পঢ়কঃ খোজকাঢ়িয়েই ঘৰলৈ বাট ল'লে এগৰাকী যুৱকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.