ETV Bharat / state

বৰপেটাত নৃত্য-অভিনয় কলা প্ৰতিষ্ঠানৰ মুকলি

বৰপেটাত দেওবাৰে ডি জে ডাইনেমিক ডাঞ্চ একাডেমী,জুম্বা ডাঞ্চ এণ্ড ফিটনেছ একাডেমী আৰু পোহৰ ড্ৰামা একাডেমী নামৰ নৃত্য-অভিনয় কলা প্ৰতিষ্ঠানৰ মুকলি ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ দ্বাৰ মুকলি কৰে জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকে ।

Dance acting accademy inauguration in Barpeta
বৰপেটাত নৃত্য-অভিনয় কলা প্ৰতিষ্ঠানৰ মুকলি
author img

By

Published : Oct 18, 2020, 8:18 PM IST

বৰপেটা,18 অক্টোবৰ : দেওবাৰে সত্ৰনগৰী বৰপেটাত মুকলি কৰা হৈছে ডি জে ডাইনেমিক ডাঞ্চ একাডেমী,জুম্বা ডাঞ্চ এণ্ড ফিটনেছ একাডেমী আৰু পোহৰ ড্ৰামা একাডেমী নামৰ নৃত্য-অভিনয় কলা প্ৰতিষ্ঠান ৷ কেইগৰাকীমান উদীয়মান যুৱ সাংস্কৃতিক কৰ্মীৰ পৰিকল্পনাৰে প্ৰতিষ্ঠা লাভ কৰিছে এই প্ৰতিষ্ঠানটোৱে ৷

Dance acting accademy inauguration in Barpeta
বৰপেটাত নৃত্য-অভিনয় কলা প্ৰতিষ্ঠানৰ মুকলি

সাংস্কৃতিক ক্ষেত্ৰখনত এক নতুনত্বৰ প্ৰয়াসেৰে বৰপেটা মেডিকেল কলেজ হাস্পতাল পথত নৃত্য আৰু অভিনয় শিক্ষা প্ৰতিষ্ঠানখনৰ দ্বাৰ মুকলি কৰে জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকে । ইয়াৰোপৰিও মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অভিনেতা মহেন্দ্ৰ দাস ।লগতে উপস্থিত থাকে হাফিজ ভাই হিচাপে পৰিচিত নিতুল পাটোৱাৰী আৰু অন্যান্য বহু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গল্পকাৰ পংকজ কুমাৰ দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.