ETV Bharat / state

মাঘ বিহু উপলক্ষে কলগাছিয়াত প্ৰীতি ক্ৰিকেট খেল - cricket tounament in kolgasia

ভোগৰ উৎসৱ ভোগালীৰ লগত সংগতি ৰাখি কলগাছিয়াত অনুষ্ঠিত হয় এখন প্ৰীতি ক্ৰিকেট খেল ৷ কলগাছিয়া আৰক্ষী থানা আৰু ৱেব পৰ্টেল বেকী এক্সপ্ৰেছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ১ উইকেটত কলগাছিয়া আৰক্ষী থানাই জয় লাভ কৰে ৷

মাঘ বিহু উপলক্ষে কলগাছিয়াত প্ৰীতি ক্ৰিকেট খেল

author img

By

Published : Jan 10, 2021, 3:46 PM IST

জনীয়া, 10 জানুৱাৰী : কলগাছিয়া ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত কলগাছিয়াত অনুষ্ঠিত হ'ব ভোগৰ উৎসৱ ভোগালী। ভোগালী উৎসৱৰ লগত সংগতি ৰাখি ভোগালী বিহু উপলক্ষে দেওবাৰে কলগাছিয়া আৰক্ষী থানা আৰু ৱেব পৰ্টেল বেকী এক্সপ্ৰেছৰ মাজত অনুষ্ঠিত হয় এখন প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতা।

মাঘ বিহু উপলক্ষে কলগাছিয়াত প্ৰীতি ক্ৰিকেট খেল
মাঘ বিহু উপলক্ষে কলগাছিয়াত প্ৰীতি ক্ৰিকেট খেল

এই প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতাত কলগাছিয়া আৰক্ষী থানাই টছত জিকি ফিল্ডিংৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নিৰ্ধাৰিত ১০ অভাৰত বেকী এক্সপ্ৰেছৰ অধিনায়ক ৰকিবুল হাছানে ৫৭ কৰি ১১৯ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অৱশেষত কলগাছিয়া আৰক্ষী থানাই বেটিং কৰি ১ উইকেটত জয় লাভ কৰে।

লগতে পঢ়ক: মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.