ETV Bharat / state

অসমখন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় : মনোৰঞ্জন তালুকদাৰ

author img

By

Published : Jul 30, 2021, 8:08 AM IST

অসম-মিজোৰাম সীমা বিবাদৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ মঙলবাৰে শিলচৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শৰ্মাই শিলচৰত সীমান্ত বিবাদ নিস্পত্তি(settlement of border dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলি উল্লেখ কৰিছিল ৷ তেওঁ লগতে কেন্দ্ৰই বিচাৰিলে গুৱাহাটী নাইবা নলবাৰী মিজোৰামক এৰি দিম বুলি মন্তব্য কৰিছিল ৷

cpim mla rection about cm himanta's speech
অসমখন মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়: মনোৰঞ্জন তালুকদাৰ

বৰপেটা, 29 জুলাই : অসমখন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma)ৰ পৈতৃক সম্পত্তি নহয় ৷ এই মন্তব্য সৰভোগ সমষ্টিৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ । মিজোৰামৰ সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৃহস্পতিবাৰে বিধায়কগৰাকীয়ে প্ৰত্যুত্তৰত এই মন্তব্য কৰে ৷ মিজোৰাম সীমান্তত অসম আৰক্ষীলৈ লক্ষ্য কৰি মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই গুলিচালনা কৰাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰই বিচাৰিলে নলবাৰী মিজোক এৰি দিয়া হ’ব বুলি মন্তব্য কৰিছিল ৷

মিজো সীমান্তত শ্বহীদ হোৱা বৰপেটাৰ কমদগুৰি গাঁৱৰ শ্বহীদ নজমুল হুছেইনৰ গৃহত বৃহস্পতিবাৰে উপস্থিত হয় সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ কেন্দ্ৰই বিচাৰিলে নলবাৰী মিজোক এৰি দিয়া হ’ব বুলি মন্তব্য প্ৰত্যুত্তৰত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে যদি দিব বিচাৰে, তেন্তে তেওঁৰ পৈতৃক সম্পত্তিৰ অংশ মিজোৰামক দিয়ক ।

বিধায়ক মনোৰঞ্জন তালুকদাৰে আনকি মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যক তেওঁ অসমীয়াৰ ভাৱাবেগেৰ পৰিপন্থী বুলি মন্তব্য কৰে । তেওঁ লগতে অসম চৰকাৰৰ মেৰুদণ্ড নাই আৰু কেৱল কেন্দ্ৰৰ বহতীয়া হৈ কাম কৰে বুলিও সমালোচনা কৰে ৷ উল্লেখ্য যে, অসম-মিজোৰাম সীমান্ত (assam-mizoram border)ৰ কাছাৰৰ লাইলাপুৰত সোমবাৰে সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাত অসম আৰক্ষী (Assam Police)ৰ 6 জনকৈ জোৱান নিহত হয় ৷ এই ঘটনাত আৰক্ষীকে ধৰি প্ৰায় 70 জনকৈ লোক আহত হৈছে ।

অসম-মিজোৰাম সীমা বিবাদৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ মঙলবাৰে শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শৰ্মাই শিলচৰত সীমান্ত বিবাদ নিস্পত্তি(settlement of border dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলি উল্লেখ কৰিছিল ৷ তেওঁ কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে ভূমি বিবাদ নিস্পত্তি কৰিবলৈ অসমে কুণ্ঠাবোধ নকৰে বুলিও মন্তব্য কৰি কেন্দ্ৰই বিচাৰিলে গুৱাহাটী নাইবা নলবাৰী মিজোৰামক এৰি দিম বুলি মন্তব্য কৰিছিল ৷

লগতে পঢ়ক : সীমান্তমুখী মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত : 5 নিৰাপত্তাৰক্ষী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.