ETV Bharat / state

বৰপেটাৰ 125 গৰাকীৰ দেহত ক'ভিড (Covid)ৰ উপস্থিতি

author img

By

Published : Jun 8, 2021, 9:42 PM IST

বৰপেটা জিলাত বিগত 24 ঘন্টাত 125 গৰাকীৰ দেহত ক'ভিড (Covid)ৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ লগতে জিলাখনত ৬৫৬২ গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিড (Covid)ৰ দ্বিতীয়টো ঢৌ’ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

covid updates of barpeta district
বৰপেটাৰ 125 গৰাকীৰ দেহত ক'ভিড উপস্থিতি

বৰপেটা, ৮ জুন : বৰপেটা জিলাত বিগত 24 ঘন্টাত 125 গৰাকীৰ দেহত ক'ভিড (Covid)ৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ লগতে জিলাখনত ৬৫৬২ গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিড (Covid)ৰ দ্বিতীয়টো ঢৌ’ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

জিলাখনত বিগত 24 ঘন্টাত এজনো ৰোগীৰ ক'ভিড (Covid)ত মৃত্যু হোৱা নাই ৷ জিলাখনত ক'ভিড (Covid)ত মৃত্যু হোৱা মুঠ ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৯৮ গৰাকী ৷ ইফালে জিলাখনত বৰ্তমান চিকিৎসাধীন হৈ থকা ক'ভিড (Covid) ৰোগীৰ সংখ্যা হৈছে ১৭৮৭ গৰাকী ৷

উল্লেখ্য যে, বৰপেটা জিলাত এতিয়ালৈকে ৪৭৩১ গৰাকী ক'ভিড (Covid) ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ যোৱা 24 ঘন্টাত জিলাখনত আৰোগ্য লাভ কৰা ক'ভিড (Covid) ৰোগীৰ সংখ্যা হৈছে ২১৮ গৰাকী ৷

লগতে পঢ়ক: চপৰা চপৰে খহিছে দিহিঙৰ মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.