ETV Bharat / state

মণিপুৰৰ ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ - পিপুলছ লিবাৰেশ্যন আৰ্মী মণিপুৰ

মণিপুৰৰ বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

author img

By

Published : Jul 30, 2020, 7:01 PM IST

Updated : Jul 30, 2020, 7:33 PM IST

18:51 July 30

আছাম ৰাইফলছৰ জোৱান প্ৰণয় কলিতাক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

cm-breaking-on-manipur-ambush
আছাম ৰাইফলছৰ শ্বহীদ জোৱান প্ৰণয় কলিতা
  • মণিপুৰৰ বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
  • বিস্ফোৰণত নিহত জোৱান প্ৰণয় কলিতাৰ মৃত্যুত শোক প্ৰকাশ
  • নিহত প্ৰণয় কলিতা আছাম ৰাইফলছৰ জোৱান আছিল
  • মণিপুৰৰ চাণ্ডেল জিলাত বুধবাৰে সংঘটিত হয় ভয়াৱহ বিস্ফোৰণ
  • ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হয় এই বিস্ফেৰণৰ ঘটনা
  • ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
  • মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • চতুৰ্থ আছাম ৰাইফলছৰ এটা তহলদাৰী দলৰ ওপৰত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা
  • পিপুলছ লিবাৰেশ্যন আৰ্মী মণিপুৰ আৰু আলফা স্বাধীনে সংঘটিত কৰে এই ঘটনা
  • সংবাদ মাধ্যমলৈ আলফা স্বাধীনে দায়িত্ব স্বীকাৰ কৰি পত্ৰ প্ৰেৰণ
  • বিস্ফোৰণত নিহত প্ৰণয় কলিতাৰ ঘৰ পাঠশালাত
  • এগৰাকী ৰাইফলমেনকে ধৰি মুঠ 3 গৰাকী ৰাইফলমেন শ্বহীদ হয় এই ঘটনাত

Last Updated : Jul 30, 2020, 7:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.