ETV Bharat / state

স্মৃতি বিজড়িত গোমা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সমাৰোহ - সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ

বৰপেটাৰ গোমা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সমাৰোহ ৷ শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে প্ৰকাশ কৰা 'খাগৰি কলম' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷

Century years celebration of  a Barpeta primary school
গোমা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সমাৰোহ
author img

By

Published : Dec 21, 2019, 1:11 PM IST

বৰপেটা, ২১ ডিচেম্বৰঃ বৰপেটা জিলাৰ বহৰিৰ সমীপৰ হৰিপুৰৰ গোমা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সমাৰোহৰ আৰম্ভণি ৷ শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে এই শতবাৰ্ষিকী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানৰ ৷ উল্লেখ্য যে, পূৰ্ব বংগৰ একাংশ মুছলমান লোকে অসমলৈ আহি বহৰিৰ সমীপৰ হৰিপুৰত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি সংখ্যালঘু লোকৰ সন্তানসকলক অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণৰ বাট মুকলি কৰিছিল ৷

গোমা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সমাৰোহ

অসমীয়া ভাষাত শিক্ষাগ্ৰহণৰ তেনে এক গৌৰৱোজ্জ্বল স্মৃতি সোঁৱৰি হৰিপুৰৰ সংখ্যালঘু মুছলমান লোকসকলে অনুষ্ঠিত কৰিছে প্ৰাথমিক বিদ্যালয়খনৰ শতবাৰ্ষিকী অনুষ্ঠান ৷ স্থানীয় লোকসকলৰ অংশগ্ৰহণেৰে এই অনুষ্ঠানৰ এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ আনহাতে শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে প্ৰকাশ কৰা 'খাগৰি কলম' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে কলাগুৰু বঁটাপ্ৰাপক, শিক্ষাবিদ, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা বিদ্যালয়খনৰ এই শতবাৰ্ষিকী অনুষ্ঠান অহা ২৪ ডিচেম্বৰত সামৰণি পৰিব ৷

আৰু পঢ়কঃ আজি সফল সামৰণি পৰে ভাৰত-চীন যৌথ অনুশীলনৰ

Intro:
বৰপেটা, ২১ ডিচেম্বৰঃ বৰপেটা জিলাৰ বহৰিৰ সমীপৰ হৰিপুৰৰ গোমা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে ৷ পূৰ্ব বংগৰ একাংশ মুছলমান লোকে অসমলৈ আহি বহৰিৰ সমীপৰ হৰিপুৰত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি সংখ্যালঘু লোকৰ সন্তানসকলক অসমীয়া মাধ্যমত শিক্ষা গ্ৰহনৰ বাট মুকলি কৰিছিল ৷ অসমীয়া ভাষাত শিক্ষাগ্ৰহনৰ তেনে এক গৌৰৱোজ্জ্ব স্মৃতি সুৱৰি হৰিপুৰৰ সংখ্যালঘু মুছলমান লোকসকলে অনুষ্ঠিত কৰিছে প্ৰাথমিক বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠান ৷ Body:শুক্ৰবাৰে স্থানীয় লোকসকলে অংশগ্ৰহনেৰে শতবৰ্ষ অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ আনহাতে শতবৰ্ষ অনুষ্ঠান উপলক্ষে প্ৰকাশ কৰা 'খাগৰি কলম' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে কলাগুৰু বঁটাপ্ৰাপক, শিক্ষাবিদ, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ পাঁচদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা বিদ্যালয়খনৰ এই শতবৰ্ষ অনুষ্ঠান অহা ২৪ ডিচেম্বৰত সামৰনি পৰিব ৷

Conclusion:বাইটঃ অক্ষয় কুমাৰ মিশ্ৰ ৷
বাইটঃ আশ্ৰাফুল ইছলাম, আয়োজক ৷

---- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.