ETV Bharat / state

ঘোঁৰাত উঠি মনোনয়ন দাখিল জনীয়াৰ নিৰ্দলীয় প্ৰাৰ্থীৰ

author img

By

Published : Mar 20, 2021, 1:34 PM IST

শুকুৰবাৰে জনীয়াত দেখা পোৱা গ'ল এক আজৱ দৃশ্য ৷ ঘোঁৰাৰ পিঠিত উঠি মনোনয়ন পত্ৰ দাখিল কৰিলে ইনুমনি বেগম নামৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। জানিব পৰা মতে,জনীয়া সমষ্টিৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱৰ নুৰ আলমৰ পত্নী ইনুমনি বেগমে বিজেপি দলৰ পৰা টিকট প্ৰত্যাশী আছিল কিন্তু বিজেপিৰ টিকটৰ পৰা বঞ্চিত হ'বলগা হয় ইনুমনি বেগম ৷ যাৰ পৰিপ্ৰেক্ষিতত নিজ গাঁৱৰ পৰা ঘোঁৰাৰ পিঠিত উঠি বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ইনুমনিয়ে । পিছে নিজ সমষ্টিয়ে ভালদৰে চিনি নোপোৱা প্ৰাৰ্থী গৰাকী ৰাইজৰ বাবে হৈ পৰিছে এক আনন্দৰ খোৰাক।

Candidate nomination in jania
ঘোঁৰাত উঠি মনোনয়ন দাখিল জনীয়াৰ নিৰ্দলীয় প্ৰাৰ্থীৰ

জনীয়া,20মাৰ্চ:শুকুৰবাৰে জনীয়াত দেখা পোৱা গ'ল এক আজৱ দৃশ্য ৷ ঘোঁৰাৰ পিঠিত উঠি মনোনয়ন পত্ৰ দাখিল কৰিলে ইনুমনি বেগম নামৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। জানিব পৰা মতে,জনীয়া সমষ্টিৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱৰ নুৰ আলমৰ পত্নী ইনুমনি বেগমে বিজেপি দলৰ পৰা টিকট প্ৰত্যাশী আছিল কিন্তু বিজেপিৰ টিকটৰ পৰা বঞ্চিত হ'বলগা হয় ইনুমনি বেগম ৷

যাৰ পৰিপ্ৰেক্ষিতত নিজ গাঁৱৰ পৰা ঘোঁৰাৰ পিঠিত উঠি বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ইনুমনিয়ে । পিছে নিজ সমষ্টিয়ে ভালদৰে চিনি নোপোৱা প্ৰাৰ্থী গৰাকী ৰাইজৰ বাবে হৈ পৰিছে এক আনন্দৰ খোৰাক। ইপিনে, মহাজোঁটৰ প্ৰাৰ্থীৰ সৈতে মূল প্ৰতিদ্বন্বিতা হ'ব বুলি কোৱাৰ লগতে নাৰী নিৰ্যাতন আৰু শিশু নিৰ্যাতনৰ বিৰুদ্ধে ৰাইজৰ হকে ওলাই আহিছে বুলিও প্ৰাৰ্থী গৰাকীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়কঃ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল সন্দৰ্ভত ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.