ETV Bharat / state

হাউলীত দিন-দুপৰতে লুটিলে দুই লক্ষাধিক টকা

যুৱকজনে কিছুসময়ৰ বাবে মানসকন্যা ধাবাৰ সমীপৰ এখন গ্ৰীলৰ দোকানত সোমায় ৷ কিন্তু গ্ৰীলৰ দোকানৰ পৰা উভতি আহি বিল্লাল হুছেইন নামৰ যুৱকজনে গাড়ীৰ গ্লাছ ভাঙি থকা প্ৰত্যক্ষ কৰি টকাৰ মোনাখন বিচাৰ-খোচাৰ কৰে যদিও দুৰ্বৃত্তই ধনখিনি লৈ উধাও হোৱা বুলি নিশ্চিত হয় ৷

author img

By

Published : May 20, 2019, 7:49 PM IST

Updated : May 20, 2019, 8:00 PM IST

হাউলীত দিন-দুপৰতে লুটিলে দুই লক্ষাধিক টকা

সৰভোগ, 20 মে': বৰপেটাৰ হাউলীত দিন দুপৰতে ধন লুট ৷ দুৰ্বৃত্তই এখন এল্ট' গাড়ীৰ গ্লাছ ভাঙি লুটি লৈ যায় 2 লাখ 18 হাজাৰ ৷
সোমবাৰে হাউলীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মানস কন্যা ধাবাৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৷ বাক্সাৰ ৰাঘববিল গাঁৱৰ বিল্লাল হুছেইন নামৰ যুৱকজনে বৰপেটাৰোডৰ ষ্টেট বেংকৰ পৰা ধনখিনি উলিয়াই হাউলী অভিমুখে ৰাওনা হয় ৷ AS28A3720 নম্বৰৰ এল্ট' গাড়ীখনেৰে গৈ থকা অৱস্থাত যুৱকজনে কিছুসময়ৰ বাবে মানসকন্যা ধাবাৰ সমীপৰ এখন গ্ৰীলৰ দোকানত সোমায় ৷

হাউলীত দিন-দুপৰতে লুটিলে দুই লক্ষাধিক টকা

কিন্তু গ্ৰীলৰ দোকানৰ পৰা উভতি আহি বিল্লাল হুছেইন নামৰ যুৱকজনে গাড়ীৰ গ্লাছ ভাঙি থকা প্ৰত্যক্ষ কৰি টকাৰ মোনাখন বিচাৰ-খোচাৰ কৰে যদিও দুৰ্বৃত্তই ধনখিনি লৈ উধাও হোৱা বুলি নিশ্চিত হয় ৷ ঘটনা সন্দৰ্ভত যুৱকজনে হাউলী থানাত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Intro:বৰপেটাৰ হাউলীৰ পৰা দিন দুপৰতে এল্ট’ গাড়ীৰ গ্লাচ ভাঙি ২ লাখ ১৮ হাজাৰ টকা লুট কৰি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ Body:ঘটনাৰ বিৱৰণত জানিব পৰা মতে সোমবাৰে বৰপেটাৰ হাউলীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা "মানস কন্যা" ধাবাৰ সন্মুখৰ পৰা গাড়ীৰ গ্লাছ ভাঙি এজন যুৱকৰ ২ লাখ ১৮ হাজাৰ টকা দুৰ্বৃত্তই লুট কৰি নিয়ে ৷
বৰপেটাৰোডৰ ষ্টেট বেংকত তেওঁৰ নিজ নামত থকা একাউণ্টৰ পৰা সোমবাৰে এখন চেকত ১ লাখ ৬০ আৰু আনখন চেকত ৫৮ হাজাৰ টকা (দুখন চেক যোগে মুঠ ২ লাখ ১৮ হাজাৰ টকা) ড্ৰ কৰি ব্যৱসায় সুত্ৰে টকাখিনি লৈ হাউলীলৈ গৈ আছিল বিল্লাল হুছেইন নামৰ যুৱক জনে ৷ বাক্সাৰ ৰাঘববিল গাৱৰ বিল্লাল হুছেইন নামৰ যুৱক জনে টকা খিন বেংকৰ পৰা ড্ৰ কৰি মোনাৰ ভিতৰত ভৰাই
তেওৰ AS 28A 3720 এল্ট’ গাড়ীৰে হাউলী অভিমুখে গৈ থকা সময়ত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা "মানস কন্যা" ধাবাৰ সন্মুখত গাড়ীখন পথৰ দাতিত ৰখাই
কাষতে থকা এখন গ্ৰীলৰ দোকানত সোমাইছিল কিছুসময় পাছত গ্ৰীলৰ দোকানৰ পৰা উভতি গাড়ীৰ ওচৰ পোৱাত নিজৰ গাড়ীৰ গ্লাছ ভঙা প্ৰত্যক্ষ কৰি গাড়ীৰ ভিতৰত ৰাখি থোৱা টকাৰ মোনা খন দুৰ্বৃত্তই লৈ যোৱা বুলি নিশ্চিত হয় ৷Conclusion:ঘটনা সম্পৰ্কত হাউলী আৰক্ষী থানাত যুৱকজনে এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
Last Updated : May 20, 2019, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.