ETV Bharat / state

21ত বৰপেটাৰ 6 সমষ্টিয়ে বিজেপিয়ে দখল কৰিব : শংকৰ চন্দ্ৰ দাস - জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস

2021ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ক্ষমতালৈ অহাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৷ বৰপেটা জিলা বিজেপিৰ নতুনকৈ গঠিত জিলা সমিতিয়ে মঙলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচতেই সভাপতি শংকৰ চন্দ্ৰ দাসে বৰপেটা জিলাৰ 6টা সমষ্টিতে 21ৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে ৷

District BJP president Sankar Ch Das
শংকৰ চন্দ্ৰ দাস
author img

By

Published : Feb 19, 2020, 7:41 PM IST

বৰপেটা, ১৯ ফেব্ৰুৱাৰী : ২০২১ চনত অনুষ্ঠিত হ'ব ৰাজ্য বিধান সভাৰ নিৰ্বাচন ৷ শাসকীয় বিজেপিয়ে ২১ৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ অহাৰ বাবে আৰম্ভ কৰিছে মিছন ১০০ অভিযান ৷ ৰাজ্যৰ এশটা সমষ্টি দখলৰ লক্ষ্যৰে সাংগঠনিক তৎপৰতা আৰম্ভ কৰা বিজেপিয়ে বৰপেটা জিলাৰ ৮টা বিধানসভা সমষ্টিৰ ভিতৰত ৬টা সমষ্টি দখলৰ লক্ষ্য লৈছে ৷

21ত বৰপেটাৰ 6 সমষ্টিয়ে বিজেপিয়ে দখল কৰিব : শংকৰ চন্দ্ৰ দাস

মঙলবাৰে বৰপেটা জিলা বিজেপিৰ নৱগঠিত জিলা সমিতিয়ে কাৰ্যভাৰ গ্ৰহন কৰে ৷ বৰপেটা জিলা বিজেপিৰ নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰি সাংবাদিকৰ আগত ২১ৰ নিৰ্বাচনক লৈ দলটোৱে গ্ৰহন কৰা লক্ষ্য সন্দৰ্ভত এই মন্তব্য কৰে ৷ জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ দাবী, বৰপেটা জিলাৰ জনীয়া আৰু বাঘবৰ সমষ্টি দুটাৰ বাহিৰে বৰপেটা, চেঙা, সৰভোগ, সৰুক্ষেত্ৰী, ভৱানীপুৰ আৰু পাটাছাৰকুছি সমষ্টিকেইটা দখলৰ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.