ETV Bharat / state

ৰঞ্জিত দাসে নিৰ্বাচন নেখেলিলেও বিজেপিৰ হেট্ৰিক থাকিব সৰভোগত

author img

By

Published : Feb 7, 2021, 11:26 AM IST

Updated : Feb 7, 2021, 12:33 PM IST

শনিবাৰে বৰপেটাৰোডত অনুষ্ঠিত হয় ভাৰতীয় জনতা দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ সন্মিলনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা দিলীপ শইকীয়াৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতা কৰ্মী আৰু স্থানীয় ৰাইজ ৷

বৰপেটাৰোডত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন

বৰপেটাৰোড, 7 ফেব্ৰুৱাৰী : শনিবাৰে বৰপেটাৰোডত অনুষ্ঠিত হয় ভাৰতীয় জনতা দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ এই সন্মিলনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা দিলীপ শইকীয়াৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতা কৰ্মী আৰু স্থানীয় ৰাইজ ৷

যিমানেই অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক নেতা সকলে আৰম্ভ কৰিছে নিৰ্বাচন কেন্দ্ৰীক ৰণ কৌশল ৷ ৰাজনৈতিক সভাই সমিতিয়ে পৰিলক্ষিত হয় ৰাজনৈতিক নেতাৰ কথাৰ কটা-কটি ৷

বৰপেটাৰোডৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত সাংবাদিকৰ আগত আওপকীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা মুছলমানৰ বিৰুদ্ধে কৰা সাম্প্ৰদায়িক মন্তব্যৰ সুৰতেই সুৰ মিলাই মিঞা মুছলমানক টাৰ্গেট কৰিয়েই অসম আৰু অসমৰ জনতাৰ শত্ৰু-মিত্ৰ কোন সেয়া চিহ্নিত কৰিছে বুলিও মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷

ৰঞ্জিত দাসে নিৰ্বাচন নেখেলিলেও বিজেপিৰ হেট্ৰিক থাকিব সৰভোগত

আনহাতে, পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত সৰভোগৰ পৰা বিজেপি জয়ী হৈছিল আৰু আগন্তুক নিৰ্বাচনত বিজেপি জয়ী হ’ব ৷ ৰাজ্যৰ 126 টা সমষ্টিৰ ভিতৰত 8/10 টা সমষ্টিত সৰ্বাধিক উন্নয়ন হৈছে ৷ 8/10 টা সমষ্টিৰ ভিতৰত অন্যতম সৰভোগ সমষ্টি ৷ সৰভোগ সমষ্টিটো মিত্ৰজোঁটে বামপন্থীক এৰি দিব যদিও সৰভোগ সমষ্টিৰ উন্নয়নৰ বাবে সমষ্টিবাসীয়ে বিজেপিক জয়ী কৰাব বুলিও মন্তব্য কৰে মঙলদৈৰ সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক : বিশ্বনাথ আৰু চৰাইদেউত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে

Last Updated : Feb 7, 2021, 12:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.