ETV Bharat / state

কংগ্ৰেছ- এ আই ইউ ডি এফে গোপন বুজাবুজিৰে বৰপেটাত প্ৰাৰ্থীত্ব দিছে আব্দুল খালেকক !!

author img

By

Published : Mar 31, 2019, 12:35 PM IST

বৰপেটাত উপস্থিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস ৷ ভোট বিভাজনৰ জৰিয়তে কংগ্ৰেছে এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামক জয়ী কৰাৰ কৌশল ৰচনা কৰাৰ অভিযোগ দীপক দাসৰ

barpeta

বৰপেটা , 31 মাৰ্চঃঅগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক বৰপেটাত বিপুল আদৰণি ৷ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী শনিবাৰে নিশা গুৱাহাটীৰ পৰা আহি বৰপেটাত উপস্থিত হোৱাৰ পাচতে বৰপেটা জিলা অগপ কাৰ্যালয়ত দলীয় নেতাসকলে আদৰণি জনায় ৷ বৰপেটাত উপস্থিত হৈ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে নিৰ্বাচনত তেওঁৰ বিজয় 100 শতাংশ নিশ্চিত বুলি দাবী কৰে ৷

কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত হোৱা গোপন মিত্ৰতাৰ কথা উল্লেখ কৰি এনে মিত্ৰতাক বৰপেটাৰ সাধাৰণ সংখ্যালঘু জনতাই গ্ৰহণ নকৰে বুলিও উল্লেখ কৰে ৷ সংখ্যালঘূলোক এতিয়া শিক্ষিত হৈছে আৰু তেওঁলোকে সমাজখনৰ সৈতে একলগ হৈ যুঁজাৰ শক্তি আহৰণ কৰা বুলিও মন্তব্য কৰে ৷ ৰাজ্যৰ 14 টা সমষ্টিৰ ভিতৰত 12 টা সমষ্টিতেই অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ কংগ্ৰেছ- এআইইউডিএফৰ গোপন বুজাবুজি অনুসৰিয়েই বৰপেটাত আব্দুল খালেকক কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ খালেকক প্ৰাৰ্থীত্ব প্ৰদান কৰি ভোট বিভাজনৰ সুৰুঙাৰে ইউডিএফৰ প্ৰাৰ্থীজনক জয়ী কৰিবলৈ চেষ্টা চলোৱা বুলিও তেওঁ অভিযোগ কৰে ৷ কলিয়াবৰ, নগাঁৱত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰা আৰু বৰপেটাত কংগ্ৰেছে আব্দুল খালেকক প্ৰাৰ্থীত্ব দিয়াৰ মাজতো এক বুজাবুজি থকাৰ কথা উল্লেখ কৰে ৷ কংগ্ৰেছ-এআইইউডিএফে ভোট বিভাজনৰ কৌশলেৰে খালেকক প্ৰাৰ্থীত্ব দিলেও সংখ্যালঘূআৰু সংখ্যাগুৰু ভোটাৰ এইবাৰ ভোল নাযায় বুলি মন্তব্য কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীহিচাপে তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

Slug:     A_BAR_31MAR_801TO802_AGP_CANDIDATE_KUMAR_DIPAK_DAS_VIS+BITE_BAPKAN_DAS                     

 বৰপেটাত উপস্থিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসঃ 
কং-ইউডিএফৰ গোপন মিত্ৰতাৰে বৰপেটাত দিছে প্ৰাৰ্থী ৷
ভোট বিভীজনৰ জৰিয়তে ইউডিএফৰ ৰফিকুল ইছলামক জয়ী কৰাৰ কৌশল লৈছে কংগ্ৰেছে ৷

বৰপেটা, ৩১ মাৰ্চঃ বৰপেটা  লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে শনিবাৰে নিশা গুৱাহাটীৰ পৰা আহি বৰপেটাত উপস্থিত হয় ৷ বৰপেটা জিলা অগপ কাৰ্যালয়ত উপস্থিত হোৱা অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসক দলীয় নেতা কৰ্মীয়ে আদৰণি জনায় ৷ বৰপেটাত উপস্থিত হৈ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে নিৰ্বীচনত তেওৰ বিজয় ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে ৷ কংগ্ৰেছ আৰু ইউডিএফৰ মাজত হোৱা গোপন মিত্ৰতাৰ কথা উল্লেখ কৰি এনে মিত্ৰতাক বৰপেটাৰ সাধাৰন সংখ্যালঘু জনতাই গ্ৰহন নকৰে বুলিও উল্লেখ কৰে ৷ সংখ্যালঘু লোক এতিয়া শিক্ষিত হৈছে আৰু তেওলোকে মুল সমাজখনৰ সৈতে একলগ হৈ যুঁজাৰ শক্তি আহৰন কৰা বুলিও মন্তব্য কৰে ৷ ৰাজ্যৰ ১৪ টা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিতেই অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হব বুলি দাবী কৰে ৷ কংগ্ৰেছ- ইউডিএফৰ গোপন বুজাবুজি অনুসৰিয়েই বৰপেটাত আব্দুল খালেকক কংগ্ৰেছে প্ৰক্ষেপ কৰা বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ খালেকক প্ৰক্ষেপ কৰি ভোট বিভাজনৰ সুৰুঙাৰে ইউডিএফৰ প্ৰাৰ্থীজনক জয়ী কৰিবলৈ চেষ্টা চলোৱা বুলিও অভিযোগ কৰে ৷ কলিয়াবৰ, নগাওত ইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰা আৰু বৰপেটাত কংগ্ৰেছে আব্দুল খালেকক প্ৰাৰ্থীত্ব দিয়াৰ মাজতো এক বুজাবুজি থকাৰ কথা উল্লেখ কৰে ৷  কংগ্ৰেছ-ইউডিএফে ভোট বিভাজনৰ কৌশলেৰে খালেকক প্ৰাৰ্থীত্ব দিলেও সংখ্যালঘু আৰু সংখ্যাগুৰু ভোটাৰ এইবাৰ ভোল নাযায় বুলি মন্তব্য কৰি মিত্ৰজোঁটৰ প্ৰাথী হিচাপে তেওৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

বাইটঃ কুমাৰ দীপক দাস, অগপ প্ৰাৰ্থী ৷                            
  --- বাপকন দাস, বৰপেটা                                                                 
   ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.