ETV Bharat / state

গীতৰ সুৰত চঞ্চল বৰপেটাৰ ৰাজপথ - জনপ্ৰিয় শিল্পী বিদ্যাসাগৰে

বৰপেটা চহৰৰ পাঁচআলি চ'কত অনুষ্ঠিত ড0 ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্মদিৱস ৷ সত্ৰীয়া শিল্পী কিশোৰ কুমাৰ পাঠকক সম্বৰ্ধনা ৷

গীতৰ সুৰত চঞ্চল বৰপেটাৰ ৰাজপথ
author img

By

Published : Sep 9, 2019, 1:27 PM IST

বৰপেটা, 9 চেপ্তেম্বৰঃ ড0 ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্মদিৱস উপলক্ষে গীত,নৃত্যৰে মুখৰিত হৈ পৰিল বৰপেটা চহৰৰ ৰাজপথ ৷ দেওবাৰে নিশা ইনভিক্টাছ নামৰ সংগঠনটোৱে সুধাকন্ঠৰ জন্মদিৱস উপলক্ষে বৰপেটা চহৰৰ পাঁচআলি চ'কত অনুষ্ঠিত কৰে সাংস্কৃতিক অনুষ্ঠান ৷ অনুষ্ঠানটোত গীতৰ শৰাই আগবঢ়ায় জনপ্ৰিয় শিল্পী বিদ্যাসাগৰে ৷ আন কেবাগৰাকীয়ো শিল্পীৰ অনুষ্ঠানৰ লগতে অনুষ্ঠানটোত সত্ৰীয়া শিল্পী কিশোৰ কুমাৰ পাঠকক সম্বৰ্ধনা জনোৱা হয় ৷

Intro:
বৰপেটা, ৯ ছেপ্টেম্বৰঃ সুধাকন্ঠ, ভাৰতৰত্ন ড0 ভূপেন হাজৰিকাৰ জন্মদিৱস উপলক্ষে বৰপেটা চহৰৰ ৰাজপথ মুখৰিত হৈ পৰিল গীতৰ সুৰ আৰু নৃত্যৰে ৷ দেওবাৰে ইনভিক্টাছ নামৰ সংগঠনটোৱে উদযাপন কৰে সুধাকন্ঠৰ জন্মদিৱস ৷ এই উপলক্ষে বৰপেটা চহৰৰ পাঁচআলি চ'কত দেওবাৰে নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷ অনুষ্ঠানত অংশগ্ৰহন কৰি জনপ্ৰিয় শিল্পী বিদ্যাসাগৰে পৰিবেশন কৰে ইটোৰ পিচত সিটো গান ৷Body: ভূপেন হাজৰিকাৰ জন্মদিৱসত শিল্পীগৰাকীক সুৱৰি ৰাজপথৰ মাজতে অনুষ্ঠিত কৰা সংগীতানুষ্ঠানৰ গীতৰ লহৰত প্ৰাণ পাই উঠে নিশাৰ বৰপেটা চহৰ ৷ বিদ্যাসাগৰৰ লগতে আন কেবাগৰাকীয়ো শিল্পীয়ে গান পৰিবেশন কপাৰ লগতে নৃত্যৰ অনুষ্ঠানো আগবঢ়ায় ৷ অনুষ্ঠানত বৰপেটাৰ সুন্দৰীদিয়াৰ সত্ৰীয়া শিল্পী কিশোৰ কুমাৰ পাঠকক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় ৷

Conclusion:--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.