ETV Bharat / state

কলগাছিয়াত ভূমি কেন্দ্ৰিক সংঘাতঃ এজনৰ মৃত্যু - কলগাছিয়াত ভূমি কেন্দ্ৰিক সংঘাত

অবৈধ বালি খননক কেন্দ্ৰ কৰি কলগাছিয়াৰ কৰাৰকুৰত শুকুৰবাৰে সংঘটিত ভূমি কেন্দ্ৰিক বিবাদ ৷ নিহত এজন

কলগাছিয়াত ভূমি কেন্দ্ৰিক সংঘাত
কলগাছিয়াত ভূমি কেন্দ্ৰিক সংঘাত
author img

By

Published : Feb 1, 2020, 10:54 AM IST

কলগাছিয়া, 1 ফেব্ৰুৱাৰীঃ কলগাছিয়াৰ কৰাৰকুৰত শুকুৰবাৰে সংঘটিত হয় ভূমি কেন্দ্ৰিক বিবাদ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে , অবৈধ বালি খননক কেন্দ্ৰ কৰি এটা পৰিয়ালৰ দুই ফৈদৰ মাজত হোৱা সংঘাতত দুজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোক দুজন হাবেজ উদ্দীন (৫৫) আৰু হানিফ আলী (৬২) । আহত হাবেজ উদ্দীন আৰু হানিফ আলী বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও আধাবাটতেই হাবেজ উদ্দীনৰ মৃত্যু হয়।আনহাতে, সংকটজনক অৱস্থাত হানিফ আলীক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷

কলগাছিয়াত ভূমি কেন্দ্ৰিক সংঘাত

ইপিনে, ঘটনা সংঘটিত কৰি মূল অভিযুক্ত হাজি আছুৰ উদ্দিন আৰু বিল্লাল হুছেইনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ উক্ত ঘটনা সন্দৰ্ভত ভূক্তভোগী পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে, দীৰ্ঘ দিনৰ পৰাই কৰাৰকুৰত চলি আছে অবৈধ বালি খনন।

Intro:slug: as_jania_31jan_kalgachia_murder_vis7+pho3_story_asc10058Body:slug: as_jania_31jan_kalgachia_murder_vis7+pho3_story_asc10058

👉 কলগাছিয়াৰ কৰাৰকুৰত ভূমি কেন্দ্ৰিক সংঘাত, এজনৰ মৃত্যু।
👉 অবৈধ বালি খননক কেন্দ্ৰ কৰি এটা পৰিয়ালৰ দুটা ফৈদৰ মাজত মাৰপিট।
👉 উক্ত মাৰপিটত হাবেজ উদ্দীন (৫৫) আৰু হানিফ আলী (৬২) গুৰুতৰ ভাৱে আহত।
👉 লগে লগে আহত হাবেজ উদ্দীন আৰু হানিফ আলী বৰপেটা মেডিকেল কলেজত লৈ যোৱা হয় যদিও আধাবাটতেই হাবেজ উদ্দীনৰ মৃত্যু হয়।
👉 সংকটজনক অৱস্থাত হানিফ আলীক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ।
👉 ঘটনা সংঘটিত কৰি মূল অভিযুক্ত হাজি আছুৰ উদ্দিন আৰু বিল্লাল হুছেইনৰ পলায়ন।
👉 কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু।
👉 দীৰ্ঘ দিনৰ পৰাই কৰাৰকুৰত চলি আছে অবৈধ বালি খনন।

Conclusion:slug: as_jania_31jan_kalgachia_murder_vis7+pho3_story_asc10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.