ETV Bharat / state

চন্দ্ৰযান-২ ৰ আৰ্হিত নিৰ্মাণ বৰপেটাৰোডৰ পূজামণ্ডপ

author img

By

Published : Oct 6, 2019, 5:01 AM IST

বৰপেটাৰোডৰ মৈৰাঝাৰত ব্যতিক্ৰমী পূজামণ্ডপ ৷ চন্দ্ৰযান-২ ৰ আৰ্হিত নিৰ্মাণ পূজামণ্ডপ

চন্দ্ৰযান-২ ৰ আৰ্হিত নিৰ্মাণ বৰপেটাৰোডৰ পূজামণ্ডপ

বৰপেটা, ৫ অক্টোবৰ : বৰপেটাৰোডত শাৰদীয় দূৰ্গা পূজাৰ ব্যাপক উৎসাহ ৷ বৰপেটাৰোড আৰু ইয়াৰ আশে পাশে প্ৰায় অনুষ্ঠিত হৈছে ১১৭ টা দূৰ্গা পূজামণ্ডপ ৷ ইয়াৰ ভিতৰত বৰপেটাৰোডৰ নিকটৱৰ্তী মৈৰাঝাৰত ব্যতিক্ৰমী ৰূপত আটকধুনীয়াকৈ সজাই তুলিছে পূজা মণ্ডপ ৷ মৈৰাঝাৰ পথাৰৰ যুৱ সমাজৰ দ্বাৰা আয়োজিত নৱম বাৰ্ষিক দূৰ্গোৎসৱৰ এইবাৰ চন্দ্ৰযান ২ৰ আৰ্হিত আকৰ্ষণীয় ভাৱে নিৰ্মাণ কৰিছে পূজা মণ্ডপ ৷ মৈৰাঝাৰ পথাৰৰ পূজাৰ প্ৰতিমা নিৰ্মাণ কৰিছে সুৱল ঘোষে ৷ স্থানীয় শিল্পীৰ দ্বাৰা বিগত দুমাহকাল ধৰি প্ৰায় পাঁচ লক্ষ্য টকা ব্যয় সাপেক্ষে চন্দ্ৰযান ২ নিৰ্মাণ কৰিছে বুলি উদ্যোক্তাসকলে জনাই ৷ উল্লেখযোগ্য যে মৈৰাঝাৰ পাথাৰৰ যুৱ সমাজৰ কৰ্মকৰ্তা শংকৰ বৰ্মনৰ নেতৃত্বত লগতে তেওঁৰ অনুদানেৰে চন্দ্ৰযান ২ নিৰ্মাণ কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ মৈৰাঝাৰ পথাৰৰ এই ব্যতিক্ৰমী পূজামণ্ডপ নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ভক্ত আৰু দৰ্শনাৰ্থী সকলৰ লানিনিচিঙা ভিৰ পৰিলক্ষিত হৈছে ৷

Intro:বৰপেটাৰোড ৫ অক্টোবৰ : অইন প্ৰান্তৰ লগতে বৰপেটাৰোডতো শাৰদীয় দূৰ্গা পূজা ব্যাপক উৎসাহ উদ্দীপনাৰে পালিত হৈছে ৷ বৰপেটাৰোড আৰু ইয়াৰ আশেপাশে প্ৰায় ১১৭ টা দূৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ ইয়াৰ ভিতৰত বৰপেটাৰোডৰ নিকটৱৰ্তী মৈৰাঝাৰত ব্যতিক্ৰমী ৰূপত আটকধুনীয়াকৈ সজাই তুলিছে পূজা মণ্ডপ ৷ মৈৰাঝাৰ পাথাৰৰ যুৱ সমাজৰ দ্বাৰা আয়োজিত নৱম বাৰ্ষিক দূৰ্গোৎসৱৰ এইবেলি চন্দ্ৰযান ২ ৰ আৰ্হিত আকৰ্ষণীয় ভাৱে নিৰ্মাণ কৰিছে পূজা মণ্ডপ ৷ মৈৰাঝাৰ পাথাৰৰ পূজাৰ প্ৰতিমা নিৰ্মাণ কৰিছে সুৱল ঘোষে ৷ স্হানীয় শিল্পীৰ দ্বাৰা বিগত দুমাহকাল ধৰি প্ৰায় পাচ লক্ষ্য টকা ব্যয় সাপেক্ষে চন্দ্ৰযান ২ নিৰ্মাণ কৰিছে বুলি জানিব পৰি গৈছে৷ মৈৰাঝাৰ পাথাৰৰ যুৱ সমাজৰ কৰ্মকৰ্তা শংকৰ বৰ্মনৰ নেতৃত্বত লগতে তেওৰ অনুদানেৰে চন্দ্ৰযান ২ নিৰ্মাণ কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ মৈৰাঝাৰ পাথাৰৰ এই ব্যতিক্ৰমী পূজামণ্ডপ নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ভক্ত আৰু দৰ্শনাৰ্থী সকলে লানিনিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ Body:বৰপেটাৰোড ৫ অক্টোবৰ : অইন প্ৰান্তৰ লগতে বৰপেটাৰোডতো শাৰদীয় দূৰ্গা পূজা ব্যাপক উৎসাহ উদ্দীপনাৰে পালিত হৈছে ৷ বৰপেটাৰোড আৰু ইয়াৰ আশেপাশে প্ৰায় ১১৭ টা দূৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ ইয়াৰ ভিতৰত বৰপেটাৰোডৰ নিকটৱৰ্তী মৈৰাঝাৰত ব্যতিক্ৰমী ৰূপত আটকধুনীয়াকৈ সজাই তুলিছে পূজা মণ্ডপ ৷ মৈৰাঝাৰ পাথাৰৰ যুৱ সমাজৰ দ্বাৰা আয়োজিত নৱম বাৰ্ষিক দূৰ্গোৎসৱৰ এইবেলি চন্দ্ৰযান ২ ৰ আৰ্হিত আকৰ্ষণীয় ভাৱে নিৰ্মাণ কৰিছে পূজা মণ্ডপ ৷ মৈৰাঝাৰ পাথাৰৰ পূজাৰ প্ৰতিমা নিৰ্মাণ কৰিছে সুৱল ঘোষে ৷ স্হানীয় শিল্পীৰ দ্বাৰা বিগত দুমাহকাল ধৰি প্ৰায় পাচ লক্ষ্য টকা ব্যয় সাপেক্ষে চন্দ্ৰযান ২ নিৰ্মাণ কৰিছে বুলি জানিব পৰি গৈছে৷ মৈৰাঝাৰ পাথাৰৰ যুৱ সমাজৰ কৰ্মকৰ্তা শংকৰ বৰ্মনৰ নেতৃত্বত লগতে তেওৰ অনুদানেৰে চন্দ্ৰযান ২ নিৰ্মাণ কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ মৈৰাঝাৰ পাথাৰৰ এই ব্যতিক্ৰমী পূজামণ্ডপ নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ভক্ত আৰু দৰ্শনাৰ্থী সকলে লানিনিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.