ETV Bharat / state

বৰপেটাত সুৱেৰীৰ আনন্দৰ মাজতে তিনি কিশোৰীৰ সলিল সমাধি

author img

By

Published : Mar 11, 2020, 7:04 PM IST

Updated : Mar 11, 2020, 9:55 PM IST

BARPETA TRAZIC INCIDENT
বৰপেটাত সুৱেৰীৰ আনন্দৰ মাজতে তিনি কিশোৰীৰ সলিল সমাধি

18:51 March 11

দৌলোৎসৱৰ সুৱেৰীৰ মাজতে বৰপেটাত কৰুণ ঘটনা

পুখুৰীত পৰি তিনিজনী কিশোৰীৰ সলিল সমাধি

বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পিচফালৰ যঁতিগাওত সংঘটিত হৈছে এই শোকাৱহ ঘটনা 

মৃত কিশোৰী কেইগৰাকী ৰিতুস্মিতা নাথ, প্ৰীতিৰেখা নাথ, মৃদুস্মিতা দাস 

হোলী খেলাৰ পিচতে এটা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইজনী 

ৰিতুস্মিতা নাথ আৰু প্ৰীতিৰেখা নাথ দুয়োগৰাকী নিজ ভগ্নী 

আনহাতে মৃদুস্মিতা দাস সম্পৰ্কীয় ভগ্নী 

নিজ ঘৰৰ পিচফালে থকা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইগৰাকী 

কিশোৰীকেইগৰাকী পুখুৰীত ককবকাই থকা দেখি এজন যুৱকে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে

পিচত পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে তিনিওগৰাকী কিশোৰীৰ মৃতদেহ 

বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ লৈ আহে যদিও চিকিৎসকে তিনিওকে মৃত বুলি ঘোষনা কৰে

সলিল সমাধি ঘটা মধুস্মিতা দাস নামৰ কিশোৰীগৰাকী দীনেশ দাসৰ কন্যা 
 
দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল মধুস্মিতা দাসে (১৬)

আনহাতে সত্যজিৎ নাথৰ দুই কন্যা ক্ৰমে ৰিতুস্মিতা নাথ(১৪) আৰু প্ৰীতিৰেখা নাথ( ১২)

অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৰিতুস্মিতা নাথ

আনহাতে প্ৰীতিৰেখা নাথে ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল

ঘটনাই সুৱেৰীৰ আনন্দ ম্লান কৰিছে কৰিছে সমগ্ৰ জিলাখনত
 
Last Updated : Mar 11, 2020, 9:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.