বৰপেটা, 17 জানুৱাৰীঃ বৃহস্পতি বাৰৰ পৰা আৰম্ভ হয় 87 সংখ্যক চেঙা মহোৎসৱ ৷ চেঙা মহোৎসৱৰ দ্বাৰ উন্মোচন কৰে অসমৰ বিশিষ্ট লেখিকা মাইনী মহন্তই ৷ দ্বাৰ উন্মোচনৰ পিচতে মহোৎসৱত অনুষ্ঠিত এক মুকলি সভাত অংশগ্ৰহণ কৰি, বিশিষ্ট লেখিকা গৰাকীয়ে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে এক ভাষণ প্ৰদান কৰে ৷ উল্লেখ্য যে, এখন আকৰ্ষণীয় বাণিজ্য মেলাৰে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মহোৎসৱ ৷
5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ ঐতিহাসিক চেঙা সভা মহোৎসৱ
বৃহস্পতি বাৰৰ পৰা আৰম্ভ হয় বৰপেটা জিলাৰ ঐতিহাসিক চেঙা সভা মহোৎসৱ । ৮৭ সংখ্যক চেঙা সভা মহোৎসৱৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট লেখিকা মাইনী মহন্তই ।
চেঙা সভা মহোৎসৱ
বৰপেটা, 17 জানুৱাৰীঃ বৃহস্পতি বাৰৰ পৰা আৰম্ভ হয় 87 সংখ্যক চেঙা মহোৎসৱ ৷ চেঙা মহোৎসৱৰ দ্বাৰ উন্মোচন কৰে অসমৰ বিশিষ্ট লেখিকা মাইনী মহন্তই ৷ দ্বাৰ উন্মোচনৰ পিচতে মহোৎসৱত অনুষ্ঠিত এক মুকলি সভাত অংশগ্ৰহণ কৰি, বিশিষ্ট লেখিকা গৰাকীয়ে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে এক ভাষণ প্ৰদান কৰে ৷ উল্লেখ্য যে, এখন আকৰ্ষণীয় বাণিজ্য মেলাৰে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মহোৎসৱ ৷
Intro:
বৰপেটা ১৭ জানুৱাৰী :- জাতি এটাৰ সংকটৰ সময়ত সকলোৱে মাৰ বান্ধি ওলাই আহিবই লাগিব । সংশোধিত নাগৰিকত্ব আইনে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব । ১৬ জানুৱাৰীত বৰপেটাৰ ঐতিহাসিক চেঙা সভা মহোৎসৱৰ দ্বাৰ উন্মোচন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিশিষ্টা লেখিকা তথা নন্দিনীৰ সম্পাদক মাইনী মহন্তই।Body: জি এচ টি সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হোৱাটো ভাল কথা । কিন্তু শিল্পীসকলক আক্ৰোশ মূলক ভাবে ভীতিগ্ৰস্ত কৰিবলৈ চৰকাৰে এই সময়ত জি এচ টি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে মাইনী মহন্তই । আনহাতে এই সময়ত এটা নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত উচিত নহ'ব বুলিও মন্তব্য কৰে একালৰ জনপ্ৰিয় অভিনেত্ৰী মাইনী মহন্তই । বৃহস্পতি বাৰৰ পৰা আৰম্ভ হোৱা ৮৭ সংখ্যক চেঙা সভা মহোৎসবৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে এইদৰে এখন মুকলি সভাত ভাষণ প্ৰদান কৰে মাইনী মহন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে । উল্লেখযোগ্য যে এখন আকৰ্ষণীয় বানিজ্য মেলাৰে চেঙা সভা মহোৎসৱ পাঁচ দিন ধৰি চলিব ।
Conclusion:বাইট: মাইনী মহন্ত ।
---- বাপকন দাস, বৰপেটা