ETV Bharat / state

বৰপেটাৰোডত ম'হ ভৰ্তি ট্ৰাক উদ্ধাৰ - শিমলাগুৰীত ম'হ ভৰ্তি ট্ৰাক উদ্ধাৰ

ৰপেটাৰোডৰ শিমলাগুৰীত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এখন ম'হ ভৰ্তি ট্ৰাক ৷

Barpeta road illegal buffalo transfer truck recover
বৰপেটাৰোডত ম'হ ভৰ্তি ট্ৰাক উদ্ধাৰ
author img

By

Published : Feb 9, 2020, 4:42 PM IST

বৰপেটাৰোড 9 ফেব্ৰুৱাৰী : দেওবাৰে পুৱতি নিশা বৰপেটাৰোডৰ শিমলাগুৰীত ম'হ ভৰ্তি ট্ৰাক উদ্ধাৰ ৷ স্থানীয় পথচাৰীয়ে পুৱা খোজ কাঢ়িবলৈ গৈ উক্ত চোৰাং ম'হ ভৰ্তি পৰিত্যক্ত ট্ৰাকখন প্ৰত্যক্ষ কৰি বৰপেটাৰোডৰ বিজেপি যুৱ মৰ্চাক খবৰ দিয়ে ৷ যুৱ মৰ্চাৰ সদস্য সকলে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ম'হ ভৰ্তি ট্ৰাকখন শিমলাগুৰী আৰক্ষীক চমজাই দিয়ে ৷ প্ৰাপ্ত তথ্যমতে চোৰাং বেপাৰীয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে ম'হ ভৰ্তি ট্ৰাকখন কঢ়িয়াই লৈ গৈ আছিল ৷ উত্তৰ প্ৰদেশৰ UP 41AT 5883 নম্বৰৰ চৈধ্য চকীয়া ট্ৰাকেৰে কঢ়িয়াই লৈ গৈ আছিল ৷

লগতে পঢ়ক:সুদীৰ্ঘ 25 বছৰৰ পাচত স্ব-গৃহত উপস্থিত এম বাথা

বৰপেটাৰোডৰ শিমলাগুৰীৰ জীৱন জ্যোতি ধাবাৰ সন্মুখত ৰখাই থৈছিল ম'হ ভৰ্তি উক্ত ট্ৰাকখন ৷ কোনোবা অজ্ঞাত লোকে ট্ৰাকখনত শিলগুটি দলিয়াই গ্লাচ ভঙাৰ লগতে ট্ৰাকখন লণ্ডভণ্ড কৰাও প্ৰত্যক্ষ হৈছে ৷ চোৰাং ম'হ ভৰ্তি ট্ৰাকখনত কোনোবা দুষ্কৃতিকাৰীয়ে শিলগুটি দলিয়াই দিয়াত ট্ৰাকখনৰ চালক হেণ্ডিমেন পলায়ন কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ পাছত শিমলাগুৰী আৰক্ষীয়ে ম'হ ভৰ্তি ট্ৰাকখন নিজৰ জিম্মাত লয় ৷ উল্লেখ্য যে ট্ৰাকখনেৰে ম'হ সমূহ কোনে ক'ৰ পৰা কঢ়িয়াই লৈ গৈ আছিল সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:গোৱালপাৰাত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ

Intro:বৰপেটাৰোড 9 ফেব্ৰুৱাৰী : দেওবাৰে পুৱতি নিশা বৰপেটাৰোডৰ শিমলাগুৰীত মহ ভৰ্তি ট্ৰাক উদ্ধাৰ কৰা হৈছে ৷ স্হানীয় পথচাৰীয়ে পুৱা খোজ কাঢ়িবলৈ গৈ উক্ত চোৰাং মহ ভৰ্তি পৰিত্যক্ত ট্ৰাকখন প্ৰত্যক্ষ কৰি বৰপেটাৰোডৰ বিজেপি যুৱ মৰ্চাক খবৰ দিয়ে ৷ যুৱ মৰ্চাৰ সদস্য সকলে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ মহ ভৰ্তি ট্ৰাকখন শিমলাগুৰী আৰক্ষীক চমজাই দিয়ে ৷Body:চোৰাং বেপাৰীয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে মহ ভৰ্তি ট্ৰাকখন কঢ়িয়াই লৈ গৈ আছিল ৷ উত্তৰ প্ৰদেশৰ UP 41AT 5883 নম্বৰৰ চৈধ্য চকীয়া ট্ৰাকেৰে কঢ়িয়াই লৈ গৈ আছিল ৷ বৰপেটাৰোডৰ শিমলাগুৰীৰ জীৱন জ্যোতি দাবাৰ সন্মুখত মহ ভৰ্তি উক্ত ট্ৰাকখন পৰিত্যক্ত অৱস্থাত আছিল ৷ কোনোবা অজ্ঞাত লোকে ট্ৰাকখনত শিলগুটি দলিয়াই গ্লাচ চুচুৰ্মৈ কৰাৰ লগতে ট্ৰাকখন লণ্ডভণ্ড কৰাও প্ৰত্যক্ষ কৰা হৈছে ৷ সেই সময়ত ট্ৰাকখনৰ চালক হেণ্ডিমেন নাছিল ৷ চোৰাং মহ ভৰ্তি ট্ৰাকখনত কোনোবা দুষ্কৃতিকাৰেয়ে শিলগুটি দলিয়াই দিয়াত ট্ৰাকখনৰ চালক হেণ্ডিমেন পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ পাছত শিমলাগুৰী আৰক্ষীয়ে মহ ভৰ্তি ট্ৰাকখন নিজৰ জিম্মাত লয় ৷ উল্লেখ্য যে চোৰাং মহ ভৰ্তি উক্ত ট্ৰাকখনেৰে মহ সমূহ কোনে কৰ পৰা কঢ়িয়াই লৈ গৈ আছিল সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bahart Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.