ETV Bharat / state

বৰপেটাৰোডত পথ দুৰ্ঘটনাত নিহত 2

author img

By

Published : Dec 18, 2019, 6:35 PM IST

নিহত যুৱকদ্বয় জিন্টু ৰয় আৰু ভগীৰথ দাস বুলি চিনাক্ত ৷ শিমলাগুৰীৰ পৰা বালাভিঠালৈ গৈ থকা অৱস্থাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত মৃত্যু হয় লোক দুজনৰ ৷

Barpeta Road Accident
বৰপেটাৰোডত পথ দুৰ্ঘটনাত নিহত 2

বৰপেটা,18 ডিচেম্বৰ : বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাতবইনীৰটুপত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ যুৱক ৷ নিহত যুৱকদ্বয় জিন্টু ৰয় আৰু ভগীৰথ দাস বুলি চিনাক্ত ৷

বৰপেটাৰোডত পথ দুৰ্ঘটনাত নিহত 2

বৰপেটাৰ শিমলাগুৰীৰ পৰা বালাভিঠালৈ AS-15Q-4726 বাইকলৈ গৈ থকা সময়ত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে যুৱকদ্বয়ক ৷ ফলত যুৱক দুজন থিতাতে নিহত হয় ৷ নিহত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰোডৰ বালাভিঠাত ৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই পলায়ন কৰে ট্ৰাকখনৰ চালকে ৷ বৰপেটাৰোড আৰক্ষীয়ে বুধবাৰে যুৱকদ্বয়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে ৷

আৰু পঢ়ক : নিশা NIA-ই সংগোপনে দিল্লীলৈ নিলে কৃষক নেতা অখিল গগৈক

Intro:বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাতবইনীৰটুপত মঙলবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে দুজনকৈ যুৱক নিহত হয় ৷ নিহত যুৱকদ্বয় জিন্টু ৰয় ভগীৰথ দাস ৷ যুৱকদ্বয়ে AS 15Q 4726 বাইকলৈ শিমলাগুৰীৰ পৰা বালাভিঠালৈ গৈ থকা সময়ত বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ট্ৰাক এখনে মহতিয়াই নিয়ে ৷ ফলত দুয়োজন যুৱকৰ থিতাতে নিহত হয় ৷ নিহত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰোডৰ বালাভিঠাত বুলি জানিব পৰা গৈছে ৷ ট্ৰাকখনে দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোড আৰক্ষীয়ে বুধবাৰে যুৱকদ্বয়ৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে ৷ ।যুৱকদ্বয়ৰ মৃত্যুত বালাভিঠা অঞ্চলত গভীৰ শোকৰ ছা পৰিছে ৷ Body:বৰপেটাৰোডৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাতবইনীৰটুপত মঙলবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে দুজনকৈ যুৱক নিহত হয় ৷ নিহত যুৱকদ্বয় জিন্টু ৰয় ভগীৰথ দাস ৷ যুৱকদ্বয়ে AS 15Q 4726 বাইকলৈ শিমলাগুৰীৰ পৰা বালাভিঠালৈ গৈ থকা সময়ত বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ট্ৰাক এখনে মহতিয়াই নিয়ে ৷ ফলত দুয়োজন যুৱকৰ থিতাতে নিহত হয় ৷ নিহত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰোডৰ বালাভিঠাত বুলি জানিব পৰা গৈছে ৷ ট্ৰাকখনে দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷বৰপেটাৰোড আৰক্ষীয়ে বুধবাৰে যুৱকদ্বয়ৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে ৷ ।যুৱকদ্বয়ৰ মৃত্যুত বালাভিঠা অঞ্চলত গভীৰ শোকৰ ছা পৰিছে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.