ETV Bharat / state

Durga Puja 2023 : দুৰ্গা পূজাৰ দিনকেইটা বৰপেটাৰোডত কোন পথৰে যাত্ৰা কৰিব পাৰিব ! - দুৰ্গা পূজা উপলক্ষে যানবাহন চলাচলৰ নিয়ম

শাৰদীয় দুৰ্গা পূজাৰ বাবে বৰপেটাৰোডত যানবাহন চলাচলৰ বাবে আৰক্ষীৰ নতুন পথ নিৰ্দেশনা ৷ 21 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ বাহাল থাকিব এই পথ নিৰ্দেশনা ।

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 12:29 PM IST

বৰপেটাৰোড, ১৯ অক্টোবৰ : বৰপেটাৰোড আৰক্ষী থানা এলেকাৰ অন্তৰ্গত দুৰ্গা পূজা উপলক্ষে বিয়লি ৪ বজাৰ পৰা মাজনিশা ১২ বজালৈ যান-বাহন চলাচলৰ এক নতুন নিৰ্দেশনা দিয়া হৈছে ৷ আগন্তুক ২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ যান-বাহন চলাচলৰ এই নিৰ্দেশনা বাহাল থাকিব বুলি মানচিত্ৰযোগে সদৰী কৰিছে বৰপেটাৰোড আৰক্ষীয়ে ৷

  • শিমলাগুৰীৰ পৰা বৰপেটাৰোড ৰে’লৱে ষ্টেচন অভিমুখে যোৱা বাহনসমূহ বৰপেটাৰোড থানাৰ সন্মুখেৰে মূলপথৰ মাজেৰে পোনপটীয়াকৈ যাব পাৰিব ৷ নামঘৰ ৰোডেৰে বাওঁফালে ঘূৰি ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব পাৰিব ৷ খৈৰাবাৰী অভিমুখেও যাব পাৰিব । খৈৰাবাৰী আৰু ৰে’লৱে ষ্টেচনৰ পৰা শিমলাগুৰী অভিমুখে যোৱা বাহনসমূহে একেটা পথকেই ব্যৱহাৰ কৰিব পাৰিব ৷
  • শিমলাগুৰীৰ পৰা বাবুপাৰা অভিমুখে যোৱা বাহনসমূহ GNBM হাইস্কুল (আমতল)ৰ পৰা সোঁফালে ঘূৰিব লাগিব আৰু তাৰ পৰা সোঁফালে ঘূৰি বৰ্মন পাৰা অভিমুখে ৰে’লৱে ক্ৰছিঙৰ দিশে যাব পাৰিব ।
  • যিসমূহ বাহন সাতভনীটুপৰ পৰা বৰপেটাৰোড টাউনৰ মিছনৰোডেৰে প্ৰৱেশ কৰিব ৷ সেইসমূহ বাহন ৰে’লৱে ষ্টেচন হৈ খৈৰাবাৰীলৈ যাব পাৰিব আৰু শিমলাগুৰী অভিমুখেও ডাকঘৰ ৰোড হৈ যাব পাৰিব ।

উক্ত সময়ছোৱাত নিম্ন উল্লিখিত স্থানসমূহত যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ থাকিব ৷ কাৰণ উক্ত পথসমূহ যানবাহন চলাচলৰ বাবে বন্ধ থাকিব ।

  • মুৰি বজাৰ পথ ।
  • আমতোলা চক (পশ্চিম দিশ) ৷
  • GNBM হাইস্কুল গেটৰ সন্মুখৰ পথ ।
  • ICICI Bank (গাহৰী বজাৰ)ৰ সন্মুখৰ পথ ।
  • ড৹ তৰুণ ৰায় চৌধুৰী ঘৰৰ সন্মুখৰ পথ ৷
  • বাবুপাৰা বিজেপি কাৰ্যালয়ৰ সন্মুখৰ পথ ৷
  • বাবুপাৰা কালী মন্দিৰ পইণ্ট ।
  • অৰণ্যক শনি মন্দিৰ পইণ্টৰ পথ ।
  • ৰে’লৱে ক্ৰছিং গেট ।
  • তেৰাপন্থ ভৱন পইণ্ট ।
  • ৰে’লৱে ফুট ব্ৰীজ পইণ্ট ।
  • City life (পশ্চিম দিশ) বাটা দোকান পইণ্টৰ পথ ।
  • কামৰূপ ভাণ্ডাৰ পইণ্ট ।
  • যতন মাৰ্কেট পইণ্ট ।
  • থানাৰ উত্তৰ ফালে থকা পথ (বিশাল মেগা মাৰ্টৰ সন্মুখৰ পথ) ।
  • ৰবীন্দ্ৰ নাথ ঠাকুৰ (আমতল) পশ্চিম দিশত দলঙৰ ওচৰত ।
  • ডাঃ সুষেন নাথৰ চেম্বাৰ পইণ্ট ।
  • কলহভাঙা ৰাষ্ট্ৰীয় ঘাইপথ-৩১ পইণ্ট (লেন অনুসৰি) ।
  • কলহভাঙা ৰাষ্ট্ৰীয় ঘাইপথ ৩১ পইণ্ট (বিনাপাণি হাস্পতাল পথ) ।
  • শিমলাগুৰী চাৰিআলি পইণ্ট (ই-ৰিক্সাৰ বাবে কোনো প্ৰৱেশ নাই) ।
  • মিলন নগৰ (পুলিচৰ বস্তুৰ দোকানৰ ওচৰত) ৷

লগতে পঢ়ক : Lovlina observing Kati Bihu : শিপা নাপাহৰা বক্সাৰ লাভলীনাই তুলসী তলত চাকি জ্বলাই কুশল কামনা কৰিলে অসমবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.