ETV Bharat / state

দুশ্চিন্তাৰ অন্য নাম এনআৰচি !

'' আমাক মাৰি পেলাওক চৰকাৰে ৷ ন'হলে আমি কলৈ যাম, কি কৰিম ''

NRC: বাদ পৰিল এটা পৰিয়ালৰ 38 জন!
author img

By

Published : Sep 4, 2019, 4:43 PM IST

বৰপেটা, ৪ ছেপ্টেম্বৰঃ দুশ্চিন্তাৰ অন্য নাম এনআৰচি ৷ তালিকাত নাম নথকা বহু লোকৰ চকুত নাই টোপনি ৷ বৰপেটাৰ ভেৰালদি গাঁৱৰ এটা পৰিয়ালৰ 38 জন লোকৰ নাম নাই এনআৰচিৰ তালিকাত ৷ উল্লেখ্য যে, চংচেৰ আলী নামৰ লোকজনৰ পৰিয়ালৰ নাম আছে 1966 চনৰ ভোটাৰ তালিকাত ৷ পিছে এনআৰচিৰ চূড়ান্ত খচৰাত নাম নাই পৰিয়ালটোৰ 38 জনকৈ লোকৰ ৷ ইয়াকে লৈ পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

পৰিয়ালটো সদস্যৰ মন্তব্য অনুসৰি, পিতৃৰ নামত থকা লিগেছী ব্যৱহাৰ কৰি এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল পৰিয়ালটোৱে ৷ পিছে কি কাৰণত পৰিয়ালটোৰ নাম নাহিল সেই সন্দৰ্ভত কোনো জ্ঞাত নহয় ৷ যাৰ বাবে পৰিয়ালটোৱে ক'বলৈ বাধ্য হ'ল, '' আমাক মাৰি পেলাওক চৰকাৰে ৷ ন'হলে আমি কলৈ যাম, কি কৰিম '' ৷

Intro:
বৰপেটা, ৪ ছেপ্টেম্বৰঃ এনাৰচি প্ৰকাশৰ পিচতে তালিকাত বিদেশীৰ নাম সন্নিৱিষ্ট আৰু শ্বদেশীৰ নাম বাদ পৰাক লৈ তল ওপৰ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ৷ বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক নেতা, মন্ত্ৰী বিধায়কৰ পৰস্পৰবিৰোধী মন্তব্যই উত্তাল কৰি ৰাখিছে ৰাজ্যৰ পৰিস্থিতি ৷ পিছে এনআৰচিয়ে বহু লোকৰ জীৱনলৈ নমাই আনিছে গভীৰ দূশ্চিন্তা ৷ তালিকাত নাম নথকা বহু লোকৰ চকুত নাই টোপনি পেটত নাই ভাত ৷ Body:বৰপেটাৰ ভেৰালদি গাৱৰ এটা পৰিয়ালৰ ৩৮ জন লোকৰ নাম নাই এনআৰচিৰ তালিকাত ৷ সংসেৰ আলী নামৰ লোকজনৰ পৰিয়ালৰ নাম আছে ১৯৬৬ চনৰ ভোটাৰ তালিকাত ৷ পিছে এনআৰচিত নাম নাই সমগ্ৰ পৰিয়ালটোৰ ৩৮ জনকৈ লোকৰ ৷ ইপিনে সংসেৰ আলী পেৰালাইচিচ ৰোগত আক্ৰান্ত ৷ ইয়াকে লৈ পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ কি হব পৰিয়ালটোৰ ৷ আনহাতে পৰিয়ালটোৱে কোৱা মতে পিতৃৰ নামত থকা লিগেছী ব্যৱহাৰ কৰি এনআৰচিত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিছিল পৰিয়ালটোৱে ৷ পিছে কি কাৰনত পৰিয়ালটোৰ নাম নাহিল সেই কথাৰ উতিতৰ নাই পৰিয়ালটোৰ হাতত ৷ পৰিয়ালটোৱে দুখেৰে কলে, আমাক মাৰি পেলাওক চৰকাৰে ৷ নহলে আমি কলৈ যাম, কি কৰিম ৷ এতিয়া সকলো কাম বন সামৰি দূশ্চিন্তাত দিন কটোৱা পৰিয়ালটোৰ অৱস্থা কি হয় সেয়া সময়তহে গম পোৱা যাব ৷

Conclusion:বাইটঃ পৰিয়ালৰ মুৰব্বী ৷
বাইটঃ পুত্ৰ ৷
বাইটঃ নাতি ৷

-- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.