ETV Bharat / state

বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় 51 গৰাকীকৈ লোক

author img

By

Published : Apr 23, 2021, 12:59 PM IST

বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় 51 গৰাকীকৈ লোক ৷ বৰ্তমানলৈকে জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা 255 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে বৰপেটা জিলাত এতিয়ালৈকে 97,731 গৰাকী লোকে কৰ’ণা প্ৰতিষেধক লয় ৷ জিলাখনত এই পৰ্যন্ত মুঠ 25433 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ বৰপেটা জিলাত এতিয়ালৈ 32000 কৰ’ণা প্ৰতিষেধক মজুত আছে ৷

বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় 51 গৰাকীকৈ লোক
বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় 51 গৰাকীকৈ লোক

বৰপেটা 23 এপ্ৰিল : সমগ্ৰ দেশতে কৰ’ণাৰ আতংক অব্যাহত আছে ৷ দেশৰ লগতে অসমতো সঘনাই বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালভাৱে বৰপেটা জিলাতো কৰ’ণাক লৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰৰ দিনটোত বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় 51 গৰাকীকৈ লোক ৷ বৰ্তমানলৈকে জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা 255 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে বৰপেটা জিলাত এতিয়ালৈকে 97,731 গৰাকী লোকে কৰ’ণা প্ৰতিষেধক লয় ৷ জিলাখনত এই পৰ্যন্ত মুঠ 25433 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ বৰপেটা জিলাত এতিয়ালৈ 32000 কৰ’ণা প্ৰতিষেধক মজুত আছে ৷

উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত 30 জন ৰোগীক বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত থোৱাৰ বিপৰীতে 8 জন কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় ৰখা হয় ৷ আনহাতে 7 জন ৰোগী বৰপেটা মেডিকেল কলেজৰ আইচিইউত আছে ৷ জানিব পৰা মতে চিকিৎসাৰ বাবে মেডিকেলত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আছে ৷
লগতে পঢ়ক : কলগাছিয়াত নিচাসক্ত কিশোৰৰ উদ্ভণ্ডালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.