ETV Bharat / state

বৰপেটাৰ কলগাছিয়াত পোষণ মাহ পালন

তিতাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত অঙ্গনৱাদী কৰ্মীসকলৰ দ্বাৰা ৮৪ নং অঙ্গনৱাদী কেন্দ্ৰত পোষণ মাহ পালন কৰা হয় ।

বৰপেটাৰ কলগাছিয়াত পোষণ মাহ পালন
বৰপেটাৰ কলগাছিয়াত পোষণ মাহ পালন
author img

By

Published : Sep 23, 2020, 12:45 AM IST

জনীয়া, 22 ছেপ্টেম্বৰ : ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত তিতাপানী গাওঁ পঞ্চায়তৰ মুখ্য সেৱিকা জয়নব খাতুন আৰু তিতাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত অঙ্গনৱাড়ী কৰ্মীসকলৰ দ্বাৰা ৮৪ নং অঙ্গনৱাড়ী কেন্দ্ৰত পোষণ মাহ পালন কৰা হয় ।

ইয়াৰ উদ্দেশ্য হ'ল গাঁৱে ভুঞে সকলো শিশুৰ পুষ্টিহীনতা দূৰ কৰা । এইবাৰৰ পোষণ মাহত এইবাৰৰ কাৰণে দিয়া হৈছে পোষণ বাগিচা । গাঁও অঞ্চলৰ মানুহক ইয়াৰ জৰিয়তে বুজাব খুজিছে যে ল'ৰা-ছোৱালী বিলাক পুষ্টিহীনতাত ভুগিব নালাগে । যাৰ বাবে এই বাগিছাৰ জৰিয়তে ক'ত কি ভিটামিন আছে তাৰ বাৰ্তা দিব খুজিছে ।

বৰপেটাৰ কলগাছিয়াত পোষণ মাহ পালন

উক্ত পোষণ মাহ পালন কাৰ্যসূচীত তিতাপানী গাওঁ পঞ্চায়তৰ সভাপতি আছাদুল ইছলাম, ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মহেন্দ্ৰ অধিকাৰী, ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিসংখ্যা সহায়ক বিজয় কুমাৰ ৰাউট, জিলা প্ৰকল্প সহায়ক পোষণ অভিযান বৰপেটাৰ ইয়াৰুল আহমেদ, ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ খণ্ড সহায়ক স্বাহিল খান, ৰূপসী সংহত শিশু উন্নয়ন তিতাপানী গাওঁ পঞ্চায়তৰ মুখ্য সেৱিকা জয়নফ খাতুনকে ধৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় অভিভাৱকসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.