ETV Bharat / state

NRC সেৱাকেন্দ্ৰত ৰাইজৰ সেৰেঙা উপস্থিতি - NRC সেৱাকেন্দ্ৰত ৰাইজৰ সেৰেঙা উপস্থিতি

কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাৰ লগতে আৰক্ষী প্ৰশাসনে পৰিদৰ্শন কৰিছে NRCৰ কাৰ্যালয়সমূহ ৷ NRC ৰ চূড়ান্ত তালিকালৈ ৰাইজৰ মাজত ব্যাপক উৎকন্ঠা থকা স্বত্বেও অঞ্চলটোৰ সেৱাকেন্দ্ৰ সমূহত দেখিবলৈ পোৱা নগ'ল ৰাইজৰ ভিৰ৷

NRC সেৱাকেন্দ্ৰত ৰাইজৰ সেৰেঙা উপস্থিতি
author img

By

Published : Aug 31, 2019, 12:49 PM IST

জনীয়া, 31 আগষ্টঃ বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ২০ টাকৈ NRC কেন্দ্ৰত পুৱাৰ ভাগৰ পৰাই দেখা গৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা । তাৰ বিপৰীতে সেৱা কেন্দ্ৰ সমূহত পৰিলক্ষিত হৈছে ৰাইজৰ সেৰেঙা উপস্থিতি ৷ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাৰ লগতে আৰক্ষী প্ৰশাসনেও পৰিদৰ্শন কৰিছে NRCৰ কাৰ্যালয়সমূহ । NRC ৰ চূড়ান্ত তালিকালৈ ৰাইজৰ মাজত ব্যাপক উৎকন্ঠা থকা স্বত্বেও অঞ্চলটোৰ সেৱাকেন্দ্ৰ সমূহত দেখিবলৈ পোৱা নগ'ল ৰাইজৰ ভিৰ৷

Intro:slug: as_jania_31aug_kalgachia_nrc_vis3+byte3+pho1_spl_story_asc10058Body:slug: as_jania_31aug_kalgachia_nrc_vis3+byte3+pho1_spl_story_asc10058

Anchor/ VO : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ২০ খন NRC কেন্দ্ৰ সমূহত পুৱাৰ ভাগৰে পৰাই দেখা গৈছে কট্‌কটীয়া নিৰাপত্তা ব্যৱস্থা। ইয়াৰ মাজতে সেৱা কেন্দ্ৰ সমূহত ৰাইজৰ উপস্থিতি সেৰেঙা পৰিলক্ষিত হৈছে ৷ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাৰ লগতে আৰক্ষী প্ৰশাসনৰ পৰাও NRC কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। NRC ৰ চূড়ান্ত তালিকালৈ ৰাইজৰ মাজত ব্যাপক উৎকন্ঠাৰ মাজতে কেৱল দাবী-আপত্তিৰ তালিকা প্ৰকাশ হোৱাত ৰাইজৰ মাজত কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই। Conclusion:slug: as_jania_31aug_kalgachia_nrc_vis3+byte3+pho1_spl_story_asc10058

Byte: ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.