ETV Bharat / state

অচিন ৰোগত আক্ৰান্ত এটি শিশু

বৰপেটা জিলাৰ সৰভোগৰ ডেৰবছৰীয়া শিশু ধৃতিমান দাস আক্ৰান্ত এবিধ অচিন ৰোগত৷ লৰচৰ কৰিব নোৱাৰে ডিঙি,মূৰ৷ স্বাস্থ্য মন্ত্ৰীক সহায়ৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ ৷

অচিন ৰোগত আক্ৰান্ত এটি দেৱ শিশু
author img

By

Published : Aug 22, 2019, 10:33 AM IST

Updated : Aug 22, 2019, 4:27 PM IST

জনীয়া, 22 আগষ্ট: ৰপেটা জিলাৰ সৰভোগ বিধানসভাৰ অন্তৰ্গত দ্বাৰিকা গাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে এটি শিশু৷ দ্বাৰিকা গাঁৱৰ ৰাতুল দাস আৰু নিতিকা দাসৰ মাত্ৰ ডেৰবছৰীয়া শিশুপুত্ৰ ধৃতিশমান দাসে জন্মৰ পৰাই স্থিৰ কৰিব নোৱাৰে নিজৰ ডিঙি,মূৰকে আদি কৰি শৰীৰৰ অন্যান অংগ প্ৰত্যংগ ৷ তাৰ ওপৰিও ডেৰ বছৰ অতিক্ৰম কৰাৰ পাছতো এতিয়ালৈ কথা কোৱা-খোজ কঢ়া আদি একো কাম কৰিব নোৱাৰে শিশুটিয়ে ৷ দিন হাজিৰা কৰা পিতৃ-মাতৃৰ পুত্ৰৰ চিকিৎসা কৰিবলৈ আৰ্থিকভাৱে অসমৰ্থ, যাৰ ফলত এতিয়া সহায়ৰ আহ্বান জনাইছে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজ তথা দল সংগঠনৰ পৰা ৷ কোনো সদাশয় ইচ্ছুক লোকে শিশুটিৰ মাতৃ নিতিকা দাসৰ ষ্টেট বেংক দক্ষিণ গনকগাড়ী শাখাৰ একাউণ্ট নম্বৰ ৩৮২৯৬৯৪৬৩৬৬ ত শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰে ৷

Intro:slug : as_jania_21aug_a_helpless_baby_vis2+byt2+ph1_spl_pkg_story_asc10058

Anchor: এটি অসহায় কেচুৱা। জন্মৰ ডেৰ বছৰ পিছতো স্থিৰ কৰিব নোৱাৰে গল, মূৰ আদি নিজৰ অংগ প্ৰত্যঙ্গ। নোৱাৰে বহিবলৈ, থিয় দিবলৈ। কথাও কব নোৱাৰে দুৰ্ভোগীয়া শিশু জনে। টকা- পইচাৰ অভাৱত চিকিৎসাৰ পৰাও বঞ্চিত শিশু জন।Body:slug : as_jania_21aug_a_helpless_baby_vis2+byt2+ph1_spl_pkg_story_asc10058

VO: উল্লেখ্য যে, বৰপেটা জিলাৰ সৰভোগ বিধান সভাৰ অন্তৰ্গত দ্বাৰিকা গাঁৱৰ ৰাতুল দাস আৰু নিতিকা দাসৰ ঔৰসত ১০-০৩ -২০১৮ ইংৰাজী তাৰিখত জন্ম গ্ৰহণ কৰা ধ্বৃতিশমান দাস নামৰ শিশু জন জন্মৰ পৰাই এক অচিনাকি ৰোগত আক্ৰান্ত। পিতৃ- মাতৃ দিন হাজিৰা কৰা শ্ৰমিক। দুবেলা দুমুঠি অন্ন যোগাৰ কৰিব নোৱাৰা পিতৃ মাতৃয়ে টকাৰ অভাৱত শিশু টিৰ চিকিৎসা কৰোঁতে ব্যৰ্থ হৈ সম্প্ৰতি অসমৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেচুৱাটোৰ চিকিৎসাৰ দ্বায়িত্ব লবলৈ আবেদন নিবেদন কৰিছে। লগতে দল সংগঠন আৰু সদাশয় ৰাইজক মাতৃ নিতিকা দাসৰ ভাৰতীয় ষ্টেট বেংক দক্ষিণ গনকগাড়ী শাখাৰ একাউণ্ট নম্বৰ ৩৮২৯৬৯৪৬৩৬৬ ত কেচুৱাটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য কৰিবলৈ আহবান কৰিছে।Conclusion:slug : as_jania_21aug_a_helpless_baby_vis2+byt2+ph1_spl_pkg_story_asc10058

Bytes : মাতৃ আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Aug 22, 2019, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.