ETV Bharat / state

চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া - চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া

সন্ধানহীন মাছমৰীয়াজন পাহাৰতুলি গাঁৱৰ ছুৰত জামান বুলি জানিব পৰা গৈছে ৷

চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া
author img

By

Published : Sep 5, 2019, 10:53 AM IST

Updated : Sep 5, 2019, 11:07 AM IST

জনীয়া, 5 ছেপ্তেম্বৰঃ বুধবাৰে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চতলা বেঁকী নৈত জালেৰে মাছ মাৰিবলৈ গৈ এজন মাছমৰীয়া সন্ধানহীন হয় ৷ সন্ধানহীন মাছমৰীয়াজন পাহাৰতুলি গাঁৱৰ ছুৰত জামান বুলি জানিব পৰা গৈছে ৷

Fisherman missing from Jania
চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া

মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈ পৰাত ৰাইজে কলগাছিয়া আৰক্ষীক খবৰ দিয়ে ৷ উল্লেখ্য যে যোৱা 12 আগষ্টত কালামপুৰ চৰত বেঁকী নৈত পৰি 5 জনকৈ লোক সন্ধানহীন হৈছিল ৷

Intro:slug: as_jania_4sep_masmoria_hondhanhin_vis3+byt1+pho1_spl_story_asc10058

Anchor: চতলা বেঁকী নদীত মাছ মাৰিবলৈ গৈ নদীত পৰি সন্ধানহীন এজন মাছমৰিয়া। আৰক্ষীক অৱগত কৰাৰ পাছতো উদ্ধাৰৰ ততপৰতা নেদেখুৱাৰ অভিযোগ ৰাইজৰ।Body:slug: as_jania_4sep_masmoria_hondhanhin_vis3+byt1+pho1_spl_story_asc10058

VO: যোৱা ১২ আগষ্টত কালামপুৰ চৰত বেঁকী নদীত পৰি সন্ধানহীন হোৱা ৫ জনকৈ লোকক আজিকোপতি সন্ধান উলিয়াব নোৱাৰাৰ শোঁক ৰাইজৰ অন্তৰৰ পৰা আঁতৰ নোহোৱা সময়তে আজি বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চতলা বেঁকী নদীত জালেৰে মাছ মাৰিবলৈ গৈ পাহাৰতুলি গাঁৱৰ ছুৰত জামান (৪০) নামৰ এজন মাছমৰিয়া সন্ধানহীন হৈছে। বুধবাৰে আবেলি ২-৩০ বজাত মাছ মাৰিবলৈ যোৱা যুৱক জন সন্ধানহীন হৈ পৰাত ৰাইজে কলগাছিয়া আৰক্ষীক খবৰ দিয়ে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত এই ক্ষেত্ৰত কলগাছিয়া আৰক্ষীয়ে উদ্ধাৰৰ বাবে বিশেষ ততপৰতা নেদেখুৱাৰ অভিযোগ কৰিছে ৰাইজে। সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলব্যাপী চাঞ্চ্যলৰো সৃষ্টি হৈছে।Conclusion:slug: as_jania_4sep_masmoria_hondhanhin_vis3+byt1+pho1_spl_story_asc10058

Byte: ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Sep 5, 2019, 11:07 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.