ETV Bharat / state

বৰপেটাত অগ্নিকাণ্ড : ভস্মীভূত ৯ টাকৈ শ্ৰেণী কোঠা - barpeta fir

অগ্নিকাণ্ডত কোটিৰো অধিক টকাৰ ক্ষয় ক্ষতি হয় বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷ ৰাইজৰ তৎপৰতাত বিদ্যালয় কাৰ্যালয়ৰ নথি পত্ৰ উলিয়াবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷

বৰপেটাত অগ্নিকাণ্ড
বৰপেটাত অগ্নিকাণ্ডঃ ভস্মীভূত ৯ টাকৈ শ্ৰেণী কোঠা
author img

By

Published : Dec 26, 2019, 5:54 PM IST

বৰপেটা, 26 ডিচেম্বৰ : বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কাদঙ হাইস্কুল অগ্নিকাণ্ডত কোটি টকাৰ ক্ষতি । বিদ্যুতৰ বিজুতি পৰা এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ বিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাইজৰ । অগ্নিকাণ্ডত ৯ টাকৈ শ্ৰেণী কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত ।

বৰপেটাত অগ্নিকাণ্ড
বৰপেটাত অগ্নিকাণ্ডঃ ভস্মীভূত ৯ টাকৈ শ্ৰেণী কোঠা

উল্লেখ্য যে, বুধবাৰে নিশা কাদঙ উচ্চ মাধ্যমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডত কোটিৰো অধিক টকাৰ ক্ষয় ক্ষতি হয় বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷ ৰাইজৰ তৎপৰতাত বিদ্যালয় কাৰ্যালয়ৰ নথি পত্ৰ উলিয়াবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷

বৰপেটাত অগ্নিকাণ্ডঃ ভস্মীভূত ৯ টাকৈ শ্ৰেণী কোঠা

আনহাতে, বৰপেটা অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশিষ্ট খিনি ৰক্ষা হয় বুলি ৰাইজে প্ৰকাশ কৰাৰ লগতে বৰপেটা অগ্নি নিৰ্বাপক বাহিনীক ধন্যবাদ জনায় । তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ লক্ষ্য ৰাখি বিদ্যালয়খন শীঘ্ৰেই নিৰ্মাণ কৰি দিবলৈ ৰাইজে কাতৰ আহ্বান জনাই চৰকাৰক ৷

আৰু পঢ়কঃ আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3

Intro:slug: as_jania_26dec_agnikando_update_vis2+byt2+pho2_story_asc10058

Anchor: বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কাদঙ হাইস্কুল অগ্নিকাণ্ডত কোটি টকাৰ ক্ষতি। বিদ্যূতৰ বিজুতি পৰা এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ বিদ্যালয় কতৃপক্ষ আৰু ৰাইজৰ। ৯ টাকৈ শ্ৰেণী কোঠা সম্পূৰ্নৰূপে ভষ্মিভূত।Body:slug: as_jania_26dec_agnikando_update_vis2+byt2+pho2_story_asc10058

VO: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কাদঙ হাইস্কুলত হোৱা অগ্নি কাণ্ডৰ ফলত ৯ টাকৈ শ্ৰেণী কোঠা সম্পূৰ্নৰূপে ভষ্মিভূত হয়। বুধবাৰে ৰাতি হয় এই অগ্নিকাণ্ড। ৰাইজৰ তৎপৰতাত বিদ্যালয় কাৰ্যালয়ৰ নথি পত্ৰ উলিয়াবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। এই অগ্নি কাণ্ডত কোটি টকাৰো অধিক ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে। বৰপেটা অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অবশিষ্ট খিনি ৰক্ষা হয় বুলি ৰাইজে প্ৰকাশ কৰাৰ লগতে বৰপেটা অগ্নি নিৰ্বাপক বাহিনীক ধন্যবাদ জনায়। হাইস্কুল খনৰ বহু পুৰণি আৰু মূল্যবান গ্ৰন্থ ভষ্মিভূত হোৱাত কাদং হাইস্কুলৰ শিক্ষক সকলকে ধৰি স্থানীয় ৰাইজ শোঁকস্তদ্ধ হৈ পৰিছে। মধ্যাহ্ন ভোজনৰ চাউল সম্পূৰ্ন ভাৱে জ্বলি ছাঁই হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত চৰকাৰক ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতলৈ লক্ষ্য ৰাখি বিদ্যালয়খন শীঘ্ৰেই নিৰ্মাণ কৰি দিবলৈ ৰাইজে কাতৰ আহ্বান জনাইছে।Conclusion:slug: as_jania_26dec_agnikando_update_vis2+byt2+pho2_story_asc10058

Byte: বিদ্যালয়ৰ শিক্ষক আৰু স্থানীয় ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.