ETV Bharat / state

বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ মুখমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Apr 4, 2021, 7:40 PM IST

বৰপেটাৰ অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা আৰু অগপৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্তই । প্ৰাৰ্থীগৰাকী সমৰ্থনত অতুল বৰা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পৃথকে পৃথকে দুখনকৈ হেলিকপ্টাৰ যোগে হাউলী হাইস্কুলৰ খেলপথাৰত উপস্থিত হয় ।

বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ মুখমন্ত্ৰী সোণোৱালৰ
বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ মুখমন্ত্ৰী সোণোৱালৰ

বৰপেটা, ৪ এপ্ৰিল: ছয় বজাৰ লগে লগে সমাপ্ত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । তাৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিসমূহত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰা দেখা গৈছে ।

দেওবাৰে বৰপেটাৰ অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা আৰু অগপৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্তই । প্ৰাৰ্থীগৰাকী সমৰ্থনত অতুল বৰা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পৃথকে পৃথকে দুখনকৈ হেলিকপ্টাৰ যোগে হাউলী হাইস্কুলৰ খেলপথাৰত উপস্থিত হয় ।

প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত সময়চোৱাত চৰকাৰৰ সফলতাসমূহ বৰ্ণনা কৰা দেখা যায় । আনহাতে, গুৰুদুজনাক স্মৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে গুৰুদুজনাই সত্ৰ স্থাপন কৰি বৰপেটাত অসমৰ সংস্কৃতি শক্তিশালী কৰি থৈ গৈছে । লগতে আগন্তুক নিৰ্বাচনত বিজেপিয়ে ১০০ ৰো অধিক আসন লাভ কৰিব বুলিও দাবী কৰে ।

লগতে পঢ়ক:অসমবাসীলৈ অখিল গগৈৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.