ETV Bharat / state

দূৰবীণেৰে চালে কেৱল বাঁহৰ দলঙহে দেখা পায় অসমত, কাঠৰ নহয়!

বৰপেটাৰ ইটাৰভিটাত ১৫ বছৰে যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিছে ৰাইজে ৷ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত কোৱাৰ দৰে অসমত 5 বছৰ পিচত দূৰবীণেৰে চালেও কাঠৰ দলং দেখা নাপাব বুলি কোৱা কথাষাৰ সঁচা অৰ্থত প্ৰমাণিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ কিয়নো অসমত মন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে কাঠৰ দলং নহয় খালী চকুৰে চালে হাজাৰ হাজাৰ বাঁহৰ দলং দেখা পায় এতিয়া ৷ ইয়েই প্ৰমাণ কৰিছে ৰাজ্যখনৰ বাট পথৰ উন্নয়নৰ গ্ৰাফডাল ৷

দূৰবীণেৰে চালে কাঠৰ নহয় বাঁহৰ দলঙ দেখা পায় অসমত!
author img

By

Published : Nov 11, 2019, 1:10 PM IST

বৰপেটা, 11 নৱেম্বৰঃ বৰপেটা জিলাৰ ইটাৰভিটাত ১৫ বছৰে যাতায়তত নৰক যন্ত্ৰণা ৰাইজৰ, বৰপেটা সমষ্টিৰ মৈৰামাৰা গাঁও পঞ্চায়তৰ অন্তগৰ্ত ইটাৰভিটাত বিগত ১৫ বছৰে বান পানীয়ে খহাই নিয়াৰ ফলত পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে৷ বানত বিধ্বস্ত হোৱাৰ পিচত এই পৰ্যন্ত গড়কাপ্তানী বিভাগে পথটোৰ ছিঙা অংশৰ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

BARPETA BAD ROAD CONDITION ASSAM
ইটাৰভিটাত বিগত ১৫ বছৰে বাঁহৰ দলঙেৰে যাতায়াত ৰাইজৰ
উল্লেখ্য যে, ২০০৪ চনত হৈ যোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত ছিঙি যোৱা অংশত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰিছিল৷ পানী জমা হোৱা অঞ্চলটোত দলঙ নথকাৰ ফলত স্থানীয় ৰাইজে বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ তৎপৰতাত এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা কৰি আহিছে যদিও পথছোৱাত এখন কাঠৰ দলং নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাইছে ৷
দূৰবীণেৰে চালে কেৱল বাঁহৰ দলঙহে দেখা পায় অসমত, কাঠৰ নহয়!

লগতে পঢ়কঃ মুকলি হ'ল ৰনবীৰ সিঙৰ নতুন ছবি ‘83’ ৰ নতুন প’ষ্টাৰ

Intro:slug: as_jania_11nov_bambo_bridge_vis2+byt1+pho1_story_asc10058

OC : বৰপেটা জিলাৰ ইটাৰভিটাত ১৫ বছৰে যাতায়তত নৰক যন্ত্ৰণা ভোগ ৰাইজ, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ। নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকৰ দৃষ্টি গোচৰ ।Body:slug: as_jania_11nov_bambo_bridge_vis2+byt1+pho1_story_asc10058

VO : বৰপেটা সমষ্টিৰ মৈৰামাৰা গাও পন্চায়তৰ অন্তগৰ্ত ইটাৰভিটাত বিগত ১৫ বছৰে বান পানীয় খহাই নিয়া পথ নিৰ্মাণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত অন্চলটোৰ ৰাইজ, স্কুলীয়া ছাত্ৰ ছাত্ৰী নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে ২০০৪ চনত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীয়ে হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইটাৰভিটা লৈ যোৱা পথছোৱা ছিঙি প্ৰকাণ্ড খাল হয় যদিও কোনো এজন প্ৰতিনিধিয়ে উক্ত ঠাইত দলঙৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে । দীৰ্ঘদিন ধৰি ৰাইজে বাহৰ সাঁকো বনাই যাতায়ত কৰি আছে। অৱশ্যে সৌ সিদিনা বৰপেটা সমষ্টিৰ বিধায়ক গুনিন্দ্ৰ নাথ দাসৰ তৎপৰতাত এখন বাহৰ সাঁকো নিৰ্মাণ কৰি কোনোমতে যাতায়ত কৰি আছে যদিও পথছোৱাত এখন কাঠৰ দলং নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাইছে। এইক্ষেত্ৰত বৰপেটাৰ নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকৰ দৃষ্টি গোচৰ কামনা কৰিছে অন্চলটোৰ বিভিন্ন মহলে।Conclusion:slug: as_jania_11nov_bambo_bridge_vis2+byt1+pho1_story_asc10058

Byte : স্থানীয় লোকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.