ETV Bharat / state

বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই

author img

By

Published : Mar 31, 2021, 10:51 PM IST

বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰি অতুল বৰাই সাংবাদিকক ক'লে, উজনি অসমত খুউব ভাল হ'ব বিজেপিৰ ৷ ইপিনে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন সমষ্টিত ৰাইজৰ বিপুল সহাৰি লাভ কৰা বুলিও দাবী কৰে অতুল বৰাই ৷

বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই
বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই

বৰপেটা, ৩১ মাৰ্চ: বৰপেটাত অগপ প্ৰাৰ্থী তথা বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অগপ সভাপতি অতুল বৰাই ৷ বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰি অতুল বৰাই সাংবাদিকক ক'লে, উজনি অসমত খুউব ভাল হ'ব বিজেপিৰ ৷ ইপিনে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন সমষ্টিত ৰাইজৰ বিপুল সহাৰি লাভ কৰা বুলিও দাবী কৰে অতুল বৰাই ৷

উজনি অসমত কংগ্ৰেছ মহাজোঁটৰ একোৱেই নাই বুলি মন্তব্য কৰি তেওঁলোকৰ মাজত হোৱা মিত্ৰতাই তেওঁলোকৰ কাল হ'ব বুলিও মন্তব্য কৰে ৷ প্ৰচাৰ সভাত অংশগ্ৰহন কৰি ভাষণ প্ৰসংগত অতুল বৰাই কয়, ২০১৬ত কৈয়ো অধিক আসন লাভ কৰি দিছপুৰত মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব ৷ অসম বচাও নহয়, কংগ্ৰেছক বচাবৰ বাবে ৰাইজৰ মাজত ঘুৰি ফুৰিছিল কংগ্ৰেছৰ নেতাসকল ৷ এইবাৰৰ নিৰ্বাচনতো বৰপেটাৰ ৰাইজে গুনীন্দ্ৰ নাথ দাসক পুনৰ নিৰ্বাচিত কৰি পঠিয়াব ৷লগতে পঢ়ক: আজমলৰ হাতত থাকিব নেকি মহাজোঁটৰ তলা-চাবি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.