ETV Bharat / state

দিল্লীত কৰ'ণাত আক্ৰান্ত 8 জন অসমীয়া জোৱান সম্প্ৰতি সুস্থ

author img

By

Published : May 16, 2020, 8:38 PM IST

দিল্লীৰ 31 নং বেটেলিয়নত কৰ্মৰত 44 জন চিআৰপিএফ জোৱান ইতিমধ্যে কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ৷ শুকুৰবাৰে কোভিড 19ৰ ফলাফল নিগেটিভ অহাৰ পিচতেই মণ্ডলীত আইচোলেছন চেন্টাৰত চিকিৎসাধীন জোৱানসকলক ইতিমধ্যে ৰিলিজ দিয়া হৈছে ।

Assam Soulders suffering from COVID 19 at Delhi are stable now
দিল্লীত কৰ'ণাত আক্ৰান্ত 8 জন অসমীয়া জোৱান সম্প্ৰতি সুস্থ

বৰপেটা,16 মেঃ অসমবাসীৰ বাবে সুখবৰ ৷ দিল্লীত কৰ'ণাত আক্ৰান্ত 8 জন অসমীয়া জোৱান সম্প্ৰতি সুস্থ । উল্লেখ্য যে, 31 নং বেটেলিয়নত কৰ্মৰত অসমৰ বাক্সা, বৰপেটা, যোৰহাট, তামুলপুৰ, ওডালগুৰিৰ জোৱান কেইজন আক্ৰান্ত হৈছিল মহামাৰী কৰ'ণাত । আনহাতে, দিল্লীৰ মণ্ডলীত চিকিৎসাধীন হৈ আছিল চিআৰপিএফত কৰ্মৰত কেবাজনো অসমৰ জোৱান । জোৱানকেইজন সুস্থ হৈ উঠাৰ খবৰে তেঁওলোকৰ পৰিয়ালৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে ।

ইয়াৰ উপৰিও দিল্লীৰ ৩১ নং বেটেলিয়নত কৰ্মৰত 44 জন চিআৰপিএফ জোৱান ইতিমধ্যে কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ৷ শুকুৰবাৰে কোভিড 19ৰ ফলাফল নিগেটিভ অহাৰ পিচতেই মণ্ডলীত আইচোলেছন চেন্টাৰত চিকিৎসাধীন জোৱানসকলক ৰিলিজ দিয়া হয় । কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰা চিআৰপিএফ জোৱানসকলক ৩১ নং বেটেলিয়নৰ কেম্পত ৭ দিনৰ কোৱাৰেন্টাইনত ৰখা হ'ব ।

লগতে পঢ়ক-যোৰহাটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাঃ পৰকীয়া প্ৰেমৰ পৰিণতিৰ সন্দেহ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.