ETV Bharat / state

বৰপেটাৰ 10টা ভোটকেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ কামত নিয়োজিত হৈছে একাংশ যুৱতী, মহিলা বিষয়া ৷ বৰপেটা চহৰত স্থাপন কৰা 10 টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব মহিলাৰ দ্বাৰা ৷

বৰপেটাত সাজু মহিলাৰ দ্বাৰা পৰিচালিত 10 টা ভোটগ্ৰহন কেন্দ্ৰ
author img

By

Published : Apr 22, 2019, 8:35 PM IST

বৰপেটা, 22 এপ্ৰিলঃ বৰপেটাচ ভোটগ্ৰহণৰ বাবে নিয়োজিত একাংশ যুৱতী-মহিলাই হাতে হাতে ইভিএম, ভি ভি পেট মেচিনসহ ভোটগ্ৰহণৰ বাবে যাৱতীয় সামগ্ৰী লৈ উপস্থিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰত ৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ কামত নিয়োজিত হৈছে একাংশ যুৱতী, মহিলা বিষয়া ৷ বৰপেটা চহৰত স্থাপন কৰা 10 টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব মহিলাৰ দ্বাৰা ৷

বৰপেটাত সাজু মহিলাৰ দ্বাৰা পৰিচালিত 10 টা ভোটগ্ৰহন কেন্দ্ৰ

ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত মহিলা বিষয়াসকলে ইভিএম, ভিভিপেট মেচিনসহ ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো নথি আৰু সামগ্ৰী লৈ সোমবাৰে সন্ধিয়াৰ ভাগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈ নিশাটো ভোটগ্ৰহণ কেন্দ্ৰতে কটাই মঙলবাৰে পুৱাৰে পৰাই ভোটগ্ৰহণ কৰিব ৷

Slug:       A_BAR_22ARP_811TO813_BARPETA_WOMAN_POLLING_PERSONAL_VIS+BITE+PHOTO_BAPKAN_DAS                   

বৰপেটাত মহিলাৰ দ্বাৰা পৰিচালিত ১০টা ভোট গ্ৰহণ কেন্দ্ৰঃ 
ভোটকেন্দ্ৰত উপস্থিত মহিলা বিষয়া ৷

বৰপেটা ২২ এপ্ৰিলঃ দেশৰ  নিৰ্বাচনৰ ভোটগ্ৰহনৰ অগতানুগতিক দৃশ্য ৷ ভোটগ্ৰহনৰ বাবে নিয়োজিত একাংশ যুৱতী-মহিলাই হাতে হাতে ইভিএম, ভি ভি পেট মেচিনসহ ভোটগ্ৰহনৰ বাবে যাবতীয় সামগ্ৰী লৈ উপস্থিত হৈছে ভোটগ্ৰহন কেন্দ্ৰত ৷ পূৰ্বৰ নিৰ্বাচনসমুহত নেদেখা এক নতুন দৃশ্য এয়া ৷  তৃতীয় পৰ্যায়ত অনুষ্টিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহনৰ কামত নিয়োজিত হৈছে একাংশ যুৱতী মহিলা বিষয়া ৷ বৰপেটা চহৰত স্থাপন কৰা ১০ টা ভোট গ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হব যুৱতী  আৰু মহিলা বিষয়াৰ দ্বাৰা ৷ মহিলা বিষয়া-কৰ্মচাৰীসকলে এই দহটা ভোটগ্ৰহন কেন্দ্ৰত কাইলৈ ভোট গ্ৰহন কৰিব ৷ ইতিমধ্যে ভোটগ্ৰহন কেন্দ্ৰসমুহত নিয়োজিত   মহিলা বিষয়াসকল সোমবাৰে সন্ধিয়াৰভাগত উপস্থিত হৈছে ভোটগ্ৰহন কেন্দ্ৰত ৷ মহিলা বিষয়াসকলে ইভিএম,  ভিভিপেট মেচিনসহ ভোটগ্ৰহনৰ বাবে প্ৰয়োজনীয় সকলো নথি আৰু সামগ্ৰী লৈ ভোটগ্ৰহন কেন্দ্ৰসমুহত উপস্থিত হৈ নিশাটো ভোটগ্ৰহন কেন্দ্ৰতে কটাই মঙলবাৰে পুৱাৰে পৰাই ভোটগ্ৰহন কৰিব ৷ ইপিনে মহিলা বিষয়াসকলৰ সুৰক্ষাৰ বাবে মহিলা আৰক্ষীও নিযোগ কৰা হৈছে ৷ 
প্ৰথমবাৰৰ বাবে নিৰ্বাচনী কামত নিয়োজিত হোৱা যুৱতী আৰু মহিলাসকলে এয়া এক নতুন অভিজ্ঞতা বুলি ব্যক্ত কৰে ৷ এয়া এক চেলেঞ্জ হিচাপে গ্ৰহন কৰি তেওলোক সম্পূৰ্ণৰূপে সফল হব বুলিও প্ৰকাশ কৰে ৷

বাইটঃ ভোটগ্ৰহনত নিয়োজিত যুৱতী আৰু মহিলা বিষয়া ৷

--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.