বৰপেটা, 23 এপ্ৰিলঃ 6 নং বৰপেটা লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামে 59নং এম ই স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তেওঁৰ লগতে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হয় তেওঁৰ সহধৰ্মিনী ৷ এইবাৰৰ নিৰ্বাচন জাতি মাটি ভেটি ৰক্ষাৰ নিৰ্বাচন বুলি উল্লেখ কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে । লগতে সকলো ভোটাৰকেই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈও অনুৰোধ জনায় ৰফিকুল ইছলামে ৷
বৰপেটা লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ভোটদান - এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলাম
এইবাৰৰ নিৰ্বাচন জাতি মাটি ভেটি ৰক্ষাৰ নিৰ্বাচন বুলি উল্লেখ কৰি সকলো ভোটাৰকেই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনায় ৰফিকুল ইছলামে
![বৰপেটা লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ভোটদান](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3083171-thumbnail-3x2-brpta.jpg?imwidth=3840)
বৰপেটা লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ভোটদান
বৰপেটা, 23 এপ্ৰিলঃ 6 নং বৰপেটা লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামে 59নং এম ই স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তেওঁৰ লগতে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হয় তেওঁৰ সহধৰ্মিনী ৷ এইবাৰৰ নিৰ্বাচন জাতি মাটি ভেটি ৰক্ষাৰ নিৰ্বাচন বুলি উল্লেখ কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে । লগতে সকলো ভোটাৰকেই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈও অনুৰোধ জনায় ৰফিকুল ইছলামে ৷
বৰপেটা লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ভোটদান
বৰপেটা লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ভোটদান
Slug: A_BAR_23APR_807TO811_RAFIKUL_ISLAM_VISBITE_BAPKAN_DAS
বৰপেটা লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ভোটাধিকাৰ সাব্যস্থ্য
বৰপেটা ২৩ এপ্ৰিল : 6 নং বৰপেটা লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামে কিছু সময় পূৰ্বে 59 নং এম ই স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্থ্য কৰে। তেওঁৰ লগত ভোটাধিকাৰ সাব্যস্থ কৰিবলৈ উপস্থিত হয় তেওঁৰ সহধৰ্মিনী আৰু কয় ভোট দিবলৈ আহিছোঁ এইটো গানতন্ত্রৰ অধিকাৰ। এইবাৰৰ নিৰ্বাচন জাতি মাটি ভেটি ৰক্ষাৰ নিৰ্বাচন। লগতে সকলো ভোটাৰ বন্ধু সকলক অনুৰোধ জনায় নিজৰ নিজৰ ভোট সাব্যস্ত কৰে যেন।
বাইট: প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম।
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷