ETV Bharat / state

বৰপেটাত আৰক্ষীৰ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে অভিযান - আৰক্ষী

এই অভিযানত অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, ডিএছপি সমীৰন বৈশ্যৰ লগতে আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ জোৱান সকলে অংশ লৈছে ।

বৰপেটাত আৰক্ষীৰ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে অভিযান
author img

By

Published : Jul 3, 2019, 3:24 PM IST

বৰপেটা , ০৩ জুলাই :বুধবাৰে বৰপেটা চহৰত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নেতৃত্বত চহৰখনত আৰক্ষীয়ে এক অভিযান চলায় । বৰপেটা চহৰত ক্ৰমাৎ বৃদ্ধি পোৱা যান-জঁটৰ পৰা চহৰখনৰ বাসিন্দাসকলক সকাহ দিয়াৰ লক্ষ্যৰে এই অভিযানত অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, ডিএছপি সমীৰণ বৈশ্যৰ লগতে আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ জোৱান সকলে অংশ লৈছে ।

বৰপেটাত আৰক্ষীৰ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে অভিযান

একাংশ লোকে চহৰখনৰ মাজমজিয়াৰ প্ৰতিটো পথৰ ওপৰত যধে মধে গাড়ী মটৰ পাৰ্কিং কৰি চহৰখনতল এক বিশৃংখল পৰিবেশৰ সৃষ্টি কৰি আহিছে । সেয়ে আৰক্ষীয়ে আজি বৰপেটা চহৰত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে এক অভিযান চলায় । আনহাতে উদণ্ড বাইক চালকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলায় কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে । ইয়াৰোপৰিও হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱা চালকৰ পৰা আৰক্ষীয়ে আদায় কৰিছে জৰিমনা ৷ মূল পথৰ ওপৰতে যান বাহন ৰাখি পথচাৰীক হাৰাশাস্তি কৰা লোক সকল আৰু অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে সকীয়নি প্ৰদান কৰে । লগতে যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰো ইংগিত দিছে আৰক্ষীয়ে । আনকি আইন নমনা গাড়ী চালকৰ লাইচেঞ্চ নাকচ কৰাৰ বাবেও মটৰ পৰিবহন বিভাগক আবেদন জনাব বুলি জনাই আৰক্ষীয়ে ।

Slug:  as_bar_804_3july_administration_drive_for_the_elimination_of_traffic_congestion_vis+bite_7203841
অবৈধ পাৰ্কিং আৰু যানজঁটৰ বিৰুদ্ধে বৰপেটা চহৰত আৰক্ষীৰ ব্যাপক অভিযানঃ হেলমেটবিহীন মটৰ চাইকেল চালকক জৰিমনা ৷

বৰপেটা, ৩ জুলাইঃ বৰপেটা চহৰত আজি আৰক্ষীয়ে চলায় ব্যাপক অভিযান ৷ মুলতঃ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নেতৃত্বত চহৰখনত আৰক্ষীয়ে চলায় এই অভিযান ৷ বৰপেটা চহৰত ক্ৰমাৎ বৃদ্ধি পোৱা যান জঁটৰ পৰা চহৰখনৰ বাসিন্দাসকলক সকাহ দিয়াৰ লক্ষ্যৰে আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নেতৃত্বত চলা এই অভিযানত অংশ লৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, ডিএছপি সমীৰন বৈশ্যৰ লগতে আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ জোৱানে ৷ চহৰখনৰ মাজমজিয়াৰ প্ৰতিটো পথৰ ওপৰত যধে মধে গাড়ী মটৰ পাৰ্কিং কৰি চহৰখনৰ পৰিবেশ বিশৃংখল কৰি আহিছে ৷ মুল পথৰ ওপৰতে যান বাহন ৰাখি পথচাৰীক হাৰাশাস্তি কৰা আৰু অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব বুলি সকিয়নি প্ৰদান ৷ আনহাতে আজি উদণ্ড বাইক চালকৰ বিৰুদ্ধেও অাৰক্ষীয়ে চলাইছে অভিযান ৷ হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱা চালকৰ পৰা আৰক্ষীয়ে আদায় কৰিছে জৰিমনা ৷ যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছে আৰক্ষীয়ে ৷ আনকি আইন নমনা গাড়ী চালকৰ লাইচেঞ্চ নাকচ কৰাৰ বাবেও মটৰ পৰিবহন বিভাগক আবেদন জনাব বুলি সকিয়নি প্ৰদান অাৰক্ষীৰ ৷ 

 বাইটঃ ডিএছপি সমীৰন বৈশ্য ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.