ETV Bharat / state

ৰামনামি বস্ত্ৰ পৰিধান কৰি বিতৰ্কত সাংসদ আব্দুল খালেক

author img

By

Published : Oct 15, 2019, 4:09 PM IST

সাংসদ আব্দুল খালেকে ৰামনামি বস্ত্ৰ পৰিধান, দাঢ়ি টুপিক লৈ কৰা মন্তব্যক এ আই ইউ ডি এফে ইছ্যু কৰাৰ লগতে একাংশ সংবাদমাধ্যমতো প্ৰকাশ হোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ আব্দুল খালেকে৷ তেখেতে কয় যে, , ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি ভাৰতৰ সাংস্কৃতি বিশ্বাসী। কোনো এটা অনুষ্ঠানত কোনো হিন্দু মানুহক টুপিৰে সম্বৰ্ধনা জনোৱাটো তেনেই সাধাৰণ কথা৷ এ আই ইউ ডি সাম্প্ৰদায়িক দল কাৰণে এইবোৰ ইছ্যু কৰাটো দূৰ্ভাগ্যজনক৷

ৰামনামী বস্ত্ৰ পৰিধানৰ বিতৰ্কত প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ

জনীয়া, 15 অক্টোবৰঃ ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে উপ নিৰ্বাচনৰ প্ৰচাৰ ৷ চাৰিওটা সমষ্টিতে নিজৰ দলৰ প্ৰৰ্থীৰ বাবে প্ৰচাৰত নামিছে বহুতো ৰথী মহাৰথী ৷ সমান্তৰালকৈ আকৰ্ষণীয় হৈ পৰিছে জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ বাকযুদ্ধৰ খেলখন৷ সাংসদ আব্দুল খালেকে ৰামনামি বস্ত্ৰ পৰিধান কৰাক লৈ এ আই ইউ ডি এফে ইছ্যু কৰাৰ লগতে একাংশ সংবাদমাধ্যমতো প্ৰকাশ হোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ আব্দুল খালেকে৷ সাংসদ গৰাকীৰ ককাক তথা দেউতাক মছজিদৰ ইমাম আছিল৷ আব্দুল খালেকৰ পৰিয়ালত এতিয়াও বহুকেইগৰাকী সদস্যই দাঢ়ি ৰাখিছে টুপি পিন্ধে ৷ ইমাম সমাজৰ প্ৰতি আব্দুল খালেকৰ শ্ৰদ্ধা আছে বুলি কয় সাংসদ গৰাকীয়ে ৷

ৰামনামী বস্ত্ৰ পৰিধানৰ বিতৰ্কত প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ

সাংসদগৰাকীয়ে এই অপপ্ৰচাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি ভাৰতৰ সাংস্কৃতি বিশ্বাসী। কোনো এটা অনুষ্ঠানত কোনো হিন্দু মানুহক টুপিৰে সম্বৰ্ধনা জনোৱাটো তেনেই সাধাৰণ কথা৷ এ আই ইউ ডি সাম্প্ৰদায়িক দল কাৰণে এইবোৰ ইছ্যু কৰাটো দূৰ্ভাগ্যজনক৷ কিন্তু এইবোৰ কথাত গুৰুত্ব আৰোপ নকৰে বলিও মন্তব্য কৰে সাংসদগৰাকীয়ে৷ লগতে ৰাঙাপাৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ড৹ হিমন্ত বিশ্ব শৰ্মাই আব্দুল খালেকক চালানি বুলি কোৱাৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৰাকীয়ে৷

লগতে পঢ়ক চাপৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সহ আটক তিনি যুৱক

Intro:slug: as_jania_15oct_abdul_khaleque_exclusive_reactions_byt1+pho1_story_asc10058

Anchor: জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত ওঁম বস্ত্ৰ পৰিধান দাঢ়ি টুপি আদি বিষয়ে পাইছে স্থান। সাংসদ আব্দুল খালেক খিলঞ্জীয়া নদী নহয় ড৹ হিমন্ত বিশ্ব শৰ্মাও খিলঞ্জীয়া নহয়।Body:slug: as_jania_15oct_abdul_khaleque_exclusive_reactions_byt1+pho1_story_asc10058

VO: অতি আকৰ্ষণীয় হৈ পৰিছে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাক যুদ্ধ। সাংসদ আব্দুল খালেকে ৰামনামি বস্ত্ৰ পৰিধান, দাঢ়ি টুপিক লৈ কৰা মন্তব্যক এ আই ইউ ডি এফে ইছ্যু কৰাৰ লগতে ছচিয়েল একাংশ সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ ওপৰত ভৰ দি একাংশ মিডিয়াত বাতৰি সম্প্ৰচাৰ হোৱাক কেন্দ্ৰ আব্দুল খালেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে দাঢ়ি ৰাখি টুপি পিন্ধি মিছা কথা কয় বুলিহে কৈছিল। সাংসদ গৰাকীৰ ককা, পিতা মছজিদৰ ইমাম আছিল এতিয়াও আব্দুল খালেকৰ পৰিয়ালত কেইবা গৰাকী সদস্যই দাঢ়ি ৰাখিছে টুপি পিন্ধে ইমাম সমাজৰ প্ৰতি আব্দুল খালেকৰ শ্ৰদ্ধা আছে বুলি কয়। ওঁম বস্ত্ৰ পৰিধান সম্পৰ্কে চলা অপ প্ৰচাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি ভাৰতৰ সাংস্কৃতি বিশ্বাসী। কোনো এটা অনুষ্ঠানত কোনো হিন্দু মানুহক টুপিৰে সম্বৰ্ধনা জনালে তেওঁ হিন্দু হৈ যাব নেকি। পাঠশালাত এটা অনুষ্ঠানত ওঁম আখৰ সংযুক্ত এখন বস্ত্ৰৰে ২০১৪ চনত সম্বৰ্ধনা জনোৱা হৈছিল। মৰমতে কেতিয়াবা হলিত হিন্দু ভাই বন্ধু সকলে আবিৰ হানি দিয়ে কপালত তিলক লগাই দিয়ে। এ আই ইউ ডি সাম্প্ৰদায়িক দল কাৰণে এইবোৰ ইছ্যু কৰাটো দূৰ্ভাগ্যজনক। কিন্তু ইয়াক লৈ সাংসদ আব্দুল খালেকে পৰুৱা নকৰে বুলি প্ৰকাশ কৰে। ৰাঙাপাৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ড৹ হিমন্ত বিশ্ব শৰ্মাই আব্দুল খালেকক চালানি কোৱাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মই যদি চালনি হয় তেন্তে তেন্তে ড৹ হিমন্ত বিশ্ব শৰ্মাও চালানি হয়।Conclusion:slug: as_jania_15oct_abdul_khaleque_exclusive_reactions_byt1+pho1_story_asc10058

Byte: আব্দুল খালেকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.