ETV Bharat / state

"জনতাই জনাৰ্দন" : আব্দুল খালেক

বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে প্ৰায় ডেৰ লাখ ভোটত জয়ী হোৱাৰ পাছতে ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । সমাজৰ নিপীড়িত জনতাৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিও প্ৰদান কৰে তেওঁ ।

author img

By

Published : May 24, 2019, 1:47 PM IST

নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক

জনীয়া, ২৪ মে': বৃহস্পতিবাৰে ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে আশানুৰূপ ফলাফল পাই উৎফুল্লিত হৈ পৰিছে বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক । প্ৰায় ডেৰ লাখ ভোটত জয়ী হোৱাৰ পাছত বৰপেটা সমষ্টিবাসীৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰে আব্দুল খালেকে । "জনতাই জনাৰ্দন" বুলি মন্তব্য কৰি তেওঁ সমাজৰ নিপীড়িত জনতাৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে ।

নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক

শুকুৰবাৰে কলগাছিয়াত উপস্থিত হৈ নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে বৰপেটা লোকসভাৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । উপস্থিত ৰাইজে নৱ নিৰ্বাচিত সাংসদ গৰাকীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ।

Intro:slug: as_jania_24may_mp_abdul_khaleque_vis1+byt1+pho1_asc10058

জনীয়া, ২৪ মে: নিপীড়িত জনতাৰ হৈ কাম কৰাৰ মন আব্দুল খালেকৰ।Body:slug: as_jania_24may_mp_abdul_khaleque_vis1+byt1+pho1_asc10058

প্ৰায় ডেৰ লাখ ভোটত জয়ী হৈ উৎফুল্লিত বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক। বৰপেটা সমষ্টিবাসীৰ হৈ কাম কৰিব আব্দুল খালেকে । "জনতাই জনাৰ্দ্দন " কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত এই মন্তব্য খালেকৰ । আজি কলগাছিয়াত উপস্থিত হৈ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে বৰপেটা লোকসভাৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত সমষ্টিৰ নিপীড়িত ৰাইজৰ হকে বলিষ্ঠ ভাৱে কাম কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। ৰাইজে নৱ নিৰ্বাচিত সাংসদ গৰাকীক বিপুল সম্বৰ্ধনা জনায় । Conclusion:slug: as_jania_24may_mp_abdul_khaleque_vis1+byt1+pho1_asc10058

বাইট: আব্দুল খালেক ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.