ETV Bharat / state

শিলাদিত্য মহাপাগল ড৹ হিমন্ত বিশ্ব শৰ্মা ধুৰন্ধৰঃ আইনুদ্দিন আহমেদ - হিমন্ত বিশ্ব শৰ্মা

আমছু জাতীয় সংগঠন হয় নে নহয় তাৰ চাৰ্টিফিকেট শিলাদিত্য বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোৱাৰ প্ৰয়োজন নাই বুলি তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে । বাংলাদেশী ভূতে খেদি ফুৰা শিলাদিত্যই বিধানসভাৰ পবিত্ৰ মজিয়াত অসংবিধানিক মন্তব্য আগবঢ়োৱা শিলাদিত্যক গ্ৰেপ্তাৰ কৰিব লাগে যদিও এই সাহস চৰকাৰৰ নহ'ব বুলিও সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ অভিযোগৰ আঙুলি টোৱায় আমছুৰ সভাপতি আইনুদ্দিন আহমেদে

আমছু
শিলাদিত্য মহাপাগল ড৹ হিমন্ত বিশ্ব শৰ্মা ধুৰন্ধৰঃ আইনুদ্দিন আহমেদ
author img

By

Published : Dec 1, 2019, 10:11 PM IST

বৰপেটা, 1 ডিচেম্বৰঃ বিধায়ক শিলাদিত্য মহাপাগল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাক অতি সুবিধাবাদী ধুৰন্ধৰ মন্ত্ৰী আখ্যা আমছুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদৰ । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)ৰ বৰভিঠা আঞ্চলিক সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশনত এনেদৰে মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

উল্লেখ্য যে, দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় আমছুৰ বৰভিঠা আঞ্চলিক সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন ৷ বৰভিঠা আঞ্চলিক সমিতিৰ সম্পাদক শ্বাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মকুলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য মহাপাগল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাক অতি সুবিধাবাদী ধুৰন্ধৰ মন্ত্ৰী বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও আৰু কোনো পৰিস্থিতিতেই মানি লোৱা নহ'ব বুলিও মত প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।

শিলাদিত্য মহাপাগল ড৹ হিমন্ত বিশ্ব শৰ্মা ধুৰন্ধৰঃ আইনুদ্দিন আহমেদ

আনহাতে, আমছু জাতীয় সংগঠন হয় নে নহয় তাৰ চাৰ্টিফিকেট শিলাদিত্য বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোৱাৰ প্ৰয়োজন নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে । বাংলাদেশী ভূতে খেদি ফুৰা শিলাদিত্যই বিধানসভাৰ পবিত্ৰ মজিয়াত অসংবিধানিক মন্তব্য আগবঢ়োৱা শিলাদিত্যক গ্ৰেপ্তাৰ কৰিব লাগে যদিও এই সাহস চৰকাৰৰ নহ'ব বুলিও সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ অভিযোগৰ আঙুলি টোৱায় আমছুৰ সভাপতি আইনুদ্দিন আহমেদে ।

Intro:slug: as_jania_1dec_aamsu_annual_program_vis2+pho1_story_asc10058

Anchor: বিধায়ক শিলাদিত্য মহাপাগল আৰু ড° হিমন্ত বিশ্ব শৰ্মাক অতি সুবিধাবাদী দূৰন্ধৰ মন্ত্ৰী আখ্যা আমছুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদৰ।Body:slug: as_jania_1dec_aamsu_annual_program_vis2+pho1_story_asc10058

VO : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)ৰ বৰভিঠা আঞ্চলিক সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন খন এদিনীয়া বৰ্ণাঢ্য অনুষ্ঠিত হয়। বৰভিঠা আঞ্চলিক সমিতিৰ সম্পাদক শ্বাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মকুলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অধিবক্তা আইনুদ্দীন আহমেদে কয় যে বিধায়ক শিলাদিত্য দেৱ এজন মহাপাগল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অতি দূৰন্ধৰ সুবিধাবাদী নেতা। "কেব" প্ৰসংগত কয় যে, কেব কেতিয়াও আৰু কোনো পৰিস্থিতিতেই মানি লোৱা নহ'ব।আনহাতে আমছু জাতীয় সংগঠন হয় নে নহয় তাৰ চাৰ্টিফিকেট শিলাদিত্য বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোৱাৰ প্ৰয়োজন নাই বুলি তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়াই। বাংলাদেশী ভূতে খেদি ফুৰা শিলাদিত্যই বিধানসভাৰ পবিত্ৰ মজিয়াত অসংবিধানিক মন্তব্য আগবঢ়োৱা শিলাদিত্যক গ্ৰেপ্তাৰ কৰিব লাগে যদিও এই সাহস চৰকাৰৰ নহ'ব বুলিও সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ অভিযোগৰ আঙুলি টুৱায়।Conclusion:slug: as_jania_1dec_aamsu_annual_program_vis2+pho1_story_asc10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.