ETV Bharat / state

বৰপেটাত মাছুৱৈৰ জালত পৰিল 36,500 টকীয়া এটা বৃহৎ মাছ

6.3 ফুট দৈৰ্ঘৰ, 73 কেজি ওজনৰ মাছটো দাঙিলে 15 জন ব্যক্তিয়ে

36,500 টকীয়া এটা মাছ
author img

By

Published : Mar 25, 2019, 7:04 PM IST

বৰপেটা, 25 মাৰ্চঃ কিমান হ'ব পাৰে এটা মাছৰ মূল্য ? আপুনি হয়টো শুনিলে আচৰিত হ'ব! এটা মাছৰ মূল্য হৈছেগৈ 36,500 টকা ৷ মাছটোৰ ওজন প্ৰায় 73 কেজি ৷ 6.3 ফুট দৈৰ্ঘৰ এই মাছটো ডাঙিবলগীয়া হৈছে 15 জনকৈ লোকে ৷

36,500 টকীয়া এটা মাছ

এই বৃহৎ আকাৰৰ মাছটো উদ্ধাৰ কৰা হৈছে বৰপেটাত ৷ দেওবাৰে জিলাখনৰ চেনিমাৰীৰ ৰিজাৰ্ভত ব্ৰহ্মপুত্ৰৰ যুৱলীত এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে প্ৰকাণ্ড মাছটো। তাৰ পিছতে 73 কিলোগ্ৰামৰ এইগৌড়া মাছটো আজগৰ আলীৰ নেতৃত্বত মাছমৰীয়াৰ দল এটাই ধৰি প্ৰতি কেজিত 500 টকা দৰত বিক্ৰী কৰি মুঠ 36,500 টকা উপাৰ্জন কৰে ৷ প্ৰকাণ্ড ওজনৰ এই মাছটো চাবলৈ ভিৰ কৰে উৎসুক জনতাই ৷

Slug:    A_BAR_25MAR_801_73KG_FISH_VIS_BAPKAN_DAS.                                                         
বৰপেটাৰ চেনিমাৰীত 36 হাজাৰ টকীয়া মাছ বিক্ৰী

73 কিলোগ্ৰামৰ মাছ চাবলৈ উৎসুক জনতাৰ ভিৰ

বৰপেটা ২৫ মাৰ্চ: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ  চেনিমাৰীত  এটা প্ৰকাণ্ড মাছ চাবলৈ উৎসুক জনতাৰ ভিৰ।দেওবাৰে  চেনিমাৰীৰ ৰিজাৰ্ভত ব্ৰহ্মপুত্ৰৰ যুৱলিত এগৰাকী মহিলাই দেখিছিল প্ৰকাণ্ড মাছটো। 73 কিলোগ্ৰামৰ গৌড়া মাছটো আজগৰ আলীৰ নেতৃত্বত চিকাৰ কৰিলে। প্ৰায় 15গৰাকী ব্যক্তিৰ প্ৰচেষ্টাত মাছটো ধৰিবলৈ সক্ষম হয়।পিছত মাছটো বজাৰত বিক্ৰী কৰিলে প্ৰতিকিলোগ্ৰামত 500টকাকৈ। মাছটো বিক্ৰী কৰি 36,500 টকা পাবলৈ   সক্ষম হয় মাছমৰীয়াসকলে।       

 --- বাপকন দাস, বৰপেটা            
 ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.