ETV Bharat / state

বৰপেটাত গাওঁৰক্ষী বাহিনীৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস

শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতাৰে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা অসম গাওঁৰক্ষী বাহিনীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন বৰপেটাত ৷ সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চলসমুহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যেৰে হৰিনাৰায়ণ বৰুৱাই ৭১ বছৰ পূৰ্বে গঠন কৰিছিল গাওঁৰক্ষী বাহিনী নামৰ সংগঠনটো ৷

গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস
71th VDP foundation day celebration
author img

By

Published : Feb 9, 2020, 8:18 PM IST

বৰপেটা,৯ ফেব্ৰুৱাৰীঃ ৰাজ্যখনত শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতাৰে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা অসম গাওঁৰক্ষী বাহিনীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন বৰপেটাত ৷ সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চলসমুহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যেৰে হৰিনাৰায়ণ বৰুৱাই ৭১ বছৰ পূৰ্বে গঠন কৰিছিল গাওঁৰক্ষী বাহিনী নামৰ সংগঠনটো ৷

গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস

প্ৰতিষ্ঠাকালৰ পৰাই সমাজত একপ্ৰকাৰৰ প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰি আহিছে গাওঁৰক্ষী বাহিনীটোৱে ৷ বৰপেটা জিলাত প্ৰায় ৭০০ খন গাওঁৰক্ষী বাহিনীয়ে আইন-শৃংখলা অটুট ৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে ৷ সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস দেওবাৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৷ বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী ছাউনীত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা অনুষ্ঠানটোত গাওঁৰক্ষী বাহিনীৰ সভাপতি বিনোদ শৰ্মাই পতাকা উত্তোলন কৰে ৷ ইয়াৰ পিছত বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে স্মৃতি তৰ্পণৰ জৰিয়তে বাহিনীটোৰ সৈতে আজীৱন জড়িত হৈ মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাটো মুকলি কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ শোভাযাত্ৰাৰ অন্তত এক মুকলি সভা অনুষ্ঠিত কৰা হয় ৷

লগতে চাওকঃমাঘী পূৰ্ণিমা উপলক্ষে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Intro:
বৰপেটা, ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যখনত শান্তি আৰু জনসাধাৰনৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতাৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা অসম গাওৰক্ষী বাহিনীৰ আজি ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ সাধাৰন লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু আৰক্ষীয়ে ঢুকি নোপোৱা ভিতৰুৱা গ্ৰামাঞ্চলসমুহত অপৰাধ নিয়ন্ত্ৰণৰ মহান উদ্দেশ্যেৰে হৰিনাৰায়ন বৰুৱাই ৭১ বছৰ পূৰ্বে গঠন কৰিছিল গাওৰক্ষী বাহিনী নামৰ সংগঠনটো ৷ Body:প্ৰতিষ্ঠাকালৰ পৰাই সমাজত অপৰাধ ৰোধ, আইন শৃংখলা অটুট ৰখা আৰু শান্তি স্থাপনৰ ক্ষেত্ৰত সংগঠনটোৱে গাও অঞ্চলত প্ৰহৰীৰ ভূমিকা গ্ৰহন কৰি অাহিছে ৷ সম্প্ৰতি বৰপেটা জিলাত প্ৰায় ৭০০ খন গাও ৰক্ষী বাহিনীয়ে ২৪ ঘন্টাই আইন শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰি অহা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস আজি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৷ বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত বৰপেটাৰ আৰক্ষী চাউনীত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা কাৰ্যসূচী অনুসৰি গাওৰক্ষী বাহিনীৰ সভাপতি বিনোদ শৰ্মাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰে ৷ ইয়াৰ পিচতেই বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে স্মৃতি তৰ্পন কাৰ্যসূচীৰে গাওৰক্ষী বাহিনীৰ সৈতে জৰিত প্ৰতিগৰাকী লোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ আনহাতে গাওৰক্ষী বাহিনীৰ জোৱানসকলে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা এটাও আৰক্ষী অধীক্ষকগৰাকীয়ে মুকলি কৰে ৷ গাওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন মুকলি সভাও অনুষ্ঠিত হয় ৷

Conclusion:বাইটঃ ডাঃ ৰবীন কুমাৰ, আৰক্ষী অধীক্ষক, বৰপেটা ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.