ETV Bharat / state

ক'ভিডত আক্ৰান্ত হৈ বৰপেটাত পুনৰ 3 গৰাকীৰ মৃত্যু

বৰপেটা জিলাত ৫৫ জনলৈ বৃদ্ধি পালে ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা মৃতকৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোত ক'ৰণাত আক্ৰান্ত হৈ বৰপেটাত পুনৰ ৩ গৰাকী ৰোগীৰ মৃত্যু হয় ৷

ক'ভিডত আক্ৰান্ত হৈ বৰপেটাত পুনৰ 3 গৰাকীৰ মৃত্যু
ক'ভিডত আক্ৰান্ত হৈ বৰপেটাত পুনৰ 3 গৰাকীৰ মৃত্যু
author img

By

Published : May 20, 2021, 10:53 PM IST

বৰপেটা 20 মে: বৰপেটা জিলাত বৃহস্পতিবাৰৰ দিনটোত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ ৩ গৰাকী ৰোগীৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে জিলাখনত ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা মৃতকৰ সংখ্যা ৫৫ জনলৈ বৃদ্ধি পায় ৷

উল্লেখ্য যে, বৰপেটাত বৃহস্পতিবাৰে ১৩২ জন ক'ৰণাত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ অৱশ্যে জিলাখনত বৃহস্পতিবাৰে নতুনকৈ ২০০ জন লোক ক'ৰণাত আক্ৰান্ত হৈছে ৷ বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৯৭৩ গৰাকী ৷

ইপিনে, এতিয়ালৈকে বৰপেটাত মুঠ ১৬৩৭ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৃহস্পতিবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন হোৱা ক'ৰ‘ণা ৰোগীৰ সংখ্যা ২২৭৩ গৰাকী ৷ উল্লেখ কৰিব লাগিব যে, ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে বৰপেটাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: আইপিএছ বিষয়া হৈও কি আক্ষেপ থাকি গ'ল আনন্দ মিশ্ৰাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.