ETV Bharat / state

বৰপেটাত তিনিজন ক’ভিড-19ত আক্ৰান্তৰ মৃত্যু

author img

By

Published : May 14, 2021, 10:34 PM IST

বৰপেটা জিলাত মুঠ ক'ভিড প'জিটিভ লোকৰ সংখ্যা 2942 গৰাকীলৈ বৃদ্ধি পালে ৷ ইপিনে এতিয়ালৈকে বৰপেটাত মুঠ 948 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷

বৰপেটাত তিনিজন ক’ভিড-19ত আক্ৰান্তৰ মৃত্যু
বৰপেটাত তিনিজন ক’ভিড-19ত আক্ৰান্তৰ মৃত্যু

বৰপেটা, ১৪ মে : বৰপেটা জিলাত শুকুৰবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্ত 3 গৰাকী ৰোগীৰ মৃত্যু হয় ৷ জিলাখনত সম্প্ৰতি কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 35 গৰাকীলৈ বৃদ্ধি পালে ৷ একেদৰে জিলাখনত 25 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

অৱশ্যে জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ 34 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ বৰপেটা জিলাত মুঠ ক'ভিড প'জিটিভ লোকৰ সংখ্যা 2942 গৰাকীলৈ বৃদ্ধি পালে ৷ ইপিনে এতিয়ালৈকে বৰপেটাত মুঠ 948 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ বতৰ্মান বৰপেটা জিলাখনত 1932 গৰাকী লোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ অসম আৰক্ষীত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.