ETV Bharat / state

বৰপেটাত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ক'ভিড-19ত আক্ৰান্তৰ সংখ্যাই - বৰপেটা জিলা

ৰাজ্যৰ বিভিন্ন জিলাত ক’ভিড-19ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বৰপেটা জিলাত সম্প্ৰতি ১ হাজাৰৰ সংখ্যা অতিক্ৰম কৰিলে ক'ভিড-19ত আক্ৰান্তৰ সংখ্যাই ৷

বৰপেটাত ১ হাজাৰ অতিক্ৰম কৰিলে ক'ভিড-19ত আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Apr 30, 2021, 10:53 PM IST

বৰপেটা,৩০এপ্ৰিল : দেশত ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা ৷ সম্প্ৰতি ৰাজ্যতো দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19 আক্ৰান্তৰ সংখ্যাই ৷ ৰাজ্যৰ বিভিন্ন জিলাত ক’ভিড-19ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বৰপেটা জিলাত সম্প্ৰতি ১ হাজাৰৰ সংখ্যা অতিক্ৰম কৰিলে ক'ভিড-19ত আক্ৰান্তৰ সংখ্যাই ৷

বিগত ২৪ ঘণ্টাত জিলাখনত নতুনকৈ ৯৮ গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি জিলাখনত ৯ গৰাকী লোক ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে ১৭৫ গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়কঃ পুনৰ আলফা(স্বা)ৰ দুই সদস্যৰ আত্মসমৰ্পন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.