ETV Bharat / state

গোৰেশ্বৰত বনৰীয়া হাতীৰ সন্ত্ৰাস - গোৰেশ্বৰ ৰাজহ চক্ৰ

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে বৃহৎ হাতীৰ জাক । সোমবাৰে নিশা বাক্সাৰ গোৰেশ্বৰত বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস ।

গোৰেশ্বৰত হাতীৰ সন্ত্ৰাস
author img

By

Published : Oct 29, 2019, 11:15 AM IST

তামুলপুৰ,29অক্টোবৰঃ বাক্মাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বৃহৎ হাতীৰ এটা জাক । সোমবাৰে নিশা গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো গাঁৱত বনৰীয়া হাতীৰ জাকটোৱে চলালে সন্ত্ৰাস । নিশা ফটকা, জুইৰে হাতী খেদাৰ চেষ্টা কৰে স্থানীয় ৰাইজে । ইপিনে ৰাইজৰ লগত হাতী খেদিবলৈ ওলাই আহিল শুৱাগপুৰ আৰক্ষীৰ লগতে গোৰেশ্বৰস্থিত বন বিভাগৰ লোক। উল্লেখ্য যে,ৰাজ্য়ত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ ভাৰত ভূটান সীমান্তত সঘনাই সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত ৷ এই পৰ্যন্ত হাতী মানুহৰ সংঘাতত মৃত্যু হৈছে কেবাজনো লোকৰ ৷ একদৰে উজনি অসমতো অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ গোলাঘাটতো বন্যহস্তীৰ সন্ত্ৰাসত ভীতিগ্ৰস্ত ৰাইজ ৷

লগতে পঢ়ক-গোলাঘাটত নিশা ৰহস্যজনক গুলীচালনাঃ গুলীবিদ্ধ এগৰাকী যুৱতী
Intro:গোৰেশ্বৰত হাতীৰ সন্ত্ৰাস।Body:তামুলপুৰ।
২৯/১০/১৯।
বাক্মাৰ ভাৰত ভুটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ।

খাদ্য ৰ সন্ধানত বনাঞ্চলৰ পৰা জনান অঞ্চললৈ নামি আহিছে বৃহৎ হাতীৰ জাক।

গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো গাৱত সোমবাৰে নিশা চলালে সন্ত্ৰাস।

ফটকা ,জুই ৰে হাতী খেদাৰ চেষ্টা স্থানীয় ৰাইজৰ।

ৰাইজৰ লগত হাতী খেদিবলৈ ওলাই আহিল শুৱাগপুৰ আৰক্ষী ৰ লগতে গোৰেশ্বৰস্থিত বন বিভাগৰ লোক।

তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা।ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.