ETV Bharat / state

তামুলপুৰত ইউ পি পি এলৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Oct 2, 2020, 5:06 PM IST

এমজিএনৰেগাৰ নামত বিপএফ দলে বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ বিৰুদ্ধে ইউপিপিএলৰ ২৮নং গয়বাৰী ব্লক সমিতিৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

তামুলপুৰত ইউ পি পি এলৰ অৱস্থান ধৰ্মঘট
তামুলপুৰত ইউ পি পি এলৰ অৱস্থান ধৰ্মঘট

বাক্সা, 2 অক্টোবৰ : আজি গান্ধী জয়ন্তীৰ এই পবিত্ৰ দিনটোতেই সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে বাক্সা জিলাৰ তামুলপুৰত ইউপিপিএল দলে ৬ ঘন্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

তামুলপুৰত ইউ পি পি এলৰ অৱস্থান ধৰ্মঘট
তামুলপুৰত ইউ পি পি এলৰ অৱস্থান ধৰ্মঘট

মহা মানৱ মহাত্মা গান্ধীৰ নামত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এমজিএনৰেগাৰ নামত বিপএফ দলে বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি বৃহস্পতি বাৰে ইউপি পিএলৰ ২৮নং গয়বাৰী ব্লক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
ইফালে এই দুৰ্নীতিৰ সৈতে ব্লকৰ বিডিঅ'ৰ আৰু কৰ্মচাৰী জড়িত থকাৰ অভিযোগ তুলি আঢ়ৈ বছৰত প্ৰায় ৬৫০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি সদৰি কৰে ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আজিব আলী আহমেদে । আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনায় সদস্যসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.