ETV Bharat / state

বাক্সাৰ ২৬ নং দৰঙাজুলী সমষ্টিত ইউ পি পি এলৰ তীব্ৰ প্ৰচাৰ অভিযান - baksa election

আনহাতে ইয়াত অন্য দল সমূহৰ কোনো ধৰণৰ তৎপৰতা দেখা পোৱা পৰিলক্ষিত হোৱা নাই ।

ইউ পি পি এলৰ তীব্ৰ প্ৰচাৰ অভিযান
ইউ পি পি এলৰ তীব্ৰ প্ৰচাৰ অভিযান
author img

By

Published : Mar 14, 2020, 1:19 PM IST

Updated : Mar 14, 2020, 3:17 PM IST

বাক্সা, 14 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ বাবে ইউ পি পিএল দলে ককালত টঙালি বান্ধি সাজু হোৱা পৰিলক্ষিত হৈছে । জিলাখনত প্ৰতিদিনে ইউ পি পি এল দলে এটা সমষ্টিত 10 তকৈ অধিক নিৰ্বাচন সমিতি গঠনৰ সভা অনুষ্ঠিত কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে ইয়াত অন্য দল সমূহৰ কোনো ধৰণৰ তৎপৰতা পৰিলক্ষিত হোৱা নাই । শনিবাৰে কুমাৰীকাটা সাংস্কৃতিক ভৱনৰ প্ৰেক্ষাগৃহত ইউ পিপি এল দলৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী সমিতি গঠন কৰা হয় । ইউ পি পি এল দলৰ তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদক ফুনিন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰায় চাৰি শতাধিক লোকে যোগদান কৰে ।উল্লেখ্য যে ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিটো বিভিন্ন প্ৰান্তৰ বিপিএফ,অবড়োৰ সমৰ্থক সকলে যোগদান কৰি কথা সদুৰি কৰাৰ উপৰিও ইউ পি পি এল দলে এইবাৰ ২৬ নং দৰঙাজুলী সমষ্টিটো নিজৰ দখলত আনিব পাৰিব বুলি কয় ফুনিন্দ্ৰ নাৰ্জাৰীয়ে ।

ইউ পি পি এলৰ তীব্ৰ প্ৰচাৰ অভিযান

লগতে পঢ়কঃ 83 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

Last Updated : Mar 14, 2020, 3:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.