ETV Bharat / state

২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ নিৰ্বাচনী সভা

author img

By

Published : Nov 21, 2020, 8:45 PM IST

শনিবাৰে 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে ৷ বি পি এফৰ 17 বছৰীয়া শাসন কালত বিটিচিত দুৰ্নীতে ছানি ধৰিছে ৷ বিটিচিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৷ গতিকে এইবেলি বিটিচিত ইউ পি পি এলে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে বড়োৱে ৷

As_baksa_uppl_celection_campaign_img_as10029
২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ নিৰ্বাচনী সভা

বৰমা,21 নৱেম্বৰঃ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ বিশাল নিৰ্বাচনী সভা ৷ 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ দেৱচৰাৰ ইউ পি পি এলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ প্ৰমোদ বড়োৱে ৷ বিজেপিৰে মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি তেখেতে কয়, বিজেপিৰে ইউ পি পি এলৰ মিত্ৰতা সন্দৰ্ভত এই পৰ্যন্ত চিন্তা-চৰ্চা কৰা নাই দলটোৰ নেতৃবৃন্দই ৷ সময় চাইহে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ তেখেতে আৰু কয়, বি পি এফৰ দুজনকৈ শক্তিশালী নেতা বিজেপিলৈ যাব গতিকে বি পি এফ দলটো কিছু পাতল হ’ব ৷ কেইদিনমান পিছত আৰু কেইজনমান গ’লে আৰু পাতল হ’ব ৷ গতিকে হাগ্ৰামা মহিলাৰী অকলশৰীয়া হোৱাটো নিশ্চিত ৷

তেখেতে আৰু কয়, বি পি এফৰ 17 বছৰীয়া শাসন কালত বিটিচিত দুৰ্নীতে ছানি ধৰিছে ৷ বিটিচিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৷ গতিকে এইবেলি বিটিচিত ইউ পি পি এলে চৰকাৰ গঠন কৰিব ৷ আগন্তুক বিটিচি নিৰ্বাচনত ইউ পি পি এলে 30 খনতকৈয়ো অধিক আসন লাভ কৰিব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক-বেংক ডকাইতিৰ বুজ ল’লে ডিআইজি ব্ৰজেনজিৎ সিনহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.